• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ

Nation NE by Nation NE
July 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ
Share on FacebookShare on TwitterWhatsApp

টোপনিৰ পৰা সাৰ পাব বুলি ২০ বছৰ অপেক্ষাৰত আছিল এটা ৰাজপৰিয়াল। কিন্তু, টোপনি নাভাঙিল ছৌদি আৰবৰ সেই ৰাজপৰিয়ালৰ ৰাজকুমাৰজনৰ। এটি পথ দুৰ্ঘটনাৰ বাবে কোমাত যোৱা প্ৰিন্স আল ৱালিদ বিন খালেদ বিন তালালে বিগত ২০ বছৰ ধৰি আছিল লাইফ ছাপোৰ্টত।

২০ বছৰীয়া এখন দীঘলীয়া যুঁজ আৰু পৰিলায়ৰ আপ্ৰাণ চেষ্টাৰ পিছতো প্ৰাণ ৰক্ষা নপৰিল প্ৰিন্স আল ৱালিদৰ। গ্ল’বেল ইমামছ কাউন্সিলে ১৯ জুলাইত এক বিবৃতিত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ। ৰাজকুমাৰ খালেদ বিন তালাল আল ছাউদৰ জ্যেষ্ঠ পুত্ৰ আৰু কোটিপতি ব্যৱসায়ী ৰাজকুমাৰ আলৱালিদ বিন তালালৰ ভতিজা।

উল্লেখ্য যে, ২০০৫ চনত লণ্ডনত অধ্যয়ন কৰি থকা অৱস্থাত এক গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল ৰাজকুমাৰ আল ৱালিদ। এই দুৰ্ঘটনাত তেওঁ মগজুত বেয়াকৈ আঘাত পাইছিল আৰু কোমাত গুচি গৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।

‘স্লিপিং প্ৰিন্স’ৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ আমেৰিকান আৰু স্পেনিছ স্নায়ু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছিল যদিও কোনেও তেওঁক সুস্থ অৱস্থালৈ ঘূৰাই আনিব পৰা নাছিল।

প্ৰিন্সৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰে #SleepingPrince। এই দুখৰ মুহূৰ্তত হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ২০ বছৰ ধৰি তেওঁ সাহস নেহেৰুৱাই, আশা আৰু প্ৰেমৰ জীৱন্ত নিদৰ্শন হৈয়েই থাকিল, বিদায় স্লিপিং প্ৰিন্স। এয়া কেৱল এজন ব্যক্তিৰ কাহিনী নহয়, পিতৃৰ অদম্য প্ৰেম আৰু বিশ্বাসৰ কাহিনী।

Tags: Alwaleed Bin KhaledSaudi ArabiaSleeping Prince

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025