• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ পিছতেই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা নেপালত

Nation NE by Nation NE
September 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ পিছতেই সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা নেপালত
Share on FacebookShare on TwitterWhatsApp

নেপালৰ ৰাজনীতিত ১২ ছেপ্তেম্বৰৰ নিশা ইচিহাস ৰচিত হয়। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নৱনিযুক্ত প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ লগতে দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰে।

জাৰি কৰা বিবৃতি অনুসৰি, ২০২৬ চনৰ ২১ মাৰ্চত অনুষ্ঠিত হব নেপালত সাধাৰণ নিৰ্বাচন। এইয়া এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাষ্ট্ৰপতি পৌডেলৰ প্ৰেছ উপদেষ্টাই জনোৱা অনুসৰি নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

চলিত বৰ্ষৰ ৯ ছেপ্তেম্বৰৰ পৰা সংঘটিত হয় এক হিংসাত্মক প্ৰতিবাদ। এই প্ৰতিবাদক GEN Z  প্ৰতিবাদ বুলি কোৱা হয়। নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদে ধাৰণ কৰে হিংসাত্মক ৰূপ। প্ৰতিবাদ তীব্ৰতৰ হোৱাত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে পদত্যাগ কৰে। লগতে বহুকেইজন মন্ত্ৰী তথা নেতাইও পদত্যাগ কৰে। ইয়াৰ পিছতে নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী নেপালৰ অন্তবৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

শুকুৰবাৰে কাঠমাণ্ডুৰ শীতল নিৱাসত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৭৩ বছৰীয়া প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। তেওঁ উল্লেখ কৰে যে, তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব আৰু ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ল’ব। দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞাক লৈ সমগ্ৰ দেশখনতে ক্ষোভৰ জোৱাৰ উঠে যাৰ পৰিণতিত এই পৰিৱৰ্তন ঘটে।

Tags: #NepalPrime MinisterProtest

Related Posts

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ
Top News

March 15, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

March 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026

শীৰ্ষ সংবাদ

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025