• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বাংলাদেশৰ জনজীৱন; আৰম্ভ কৰা হ’ল মোবাইল ইন্টাৰেনট

Nation NE by Nation NE
July 29, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বাংলাদেশৰ জনজীৱন; আৰম্ভ কৰা হ’ল মোবাইল ইন্টাৰেনট
Share on FacebookShare on TwitterWhatsApp

হিংসাপীড়িত বাংলাদেশত আৰম্ভ কৰা হ’ল মোবাইল-ইণ্টাৰনেট সেৱা। ১৮ জুলাইত দেশজুৰি হোৱা হিংসাবৃদ্ধিৰ পাছত চৰকাৰে বন্ধ কৰি দিছিল মোবাইল-ইণ্টাৰনেট সেৱা।

প্ৰতিবেদন অনুসৰি, দেশৰ সাম্প্ৰতিক সংকটৰ পৰিপ্ৰেক্ষিতত আৰু ছ’চিয়েল মিডিয়াত ভুৱা বাতৰিৰ প্ৰচাৰ প্ৰতিহত কৰিবলৈ এনেধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে।

চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰক লৈ দেশত হোৱা হিংসাত্মক ঘটনাৰ মাজতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ভুৱা বাতৰি প্ৰতিহত কৰিবলৈ নিষিদ্ধ কৰা হৈছিল মোবাইল ইণ্টাৰনেট সেৱা। অৱশ্যে, ১০ দিনৰ পিছত দেওবাৰে পুনৰ আৰম্ভ কৰা হয় মোবাইল ইণ্টাৰনেট সেৱা।

ইফালে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী (আইচিটি) জুনেইদ আহমেদ পালকে ঘোষণা কৰে যে, এই সেৱাসমূহ পুনৰুদ্ধাৰ হোৱাৰ পাছত তিনি দিনৰ বাবে সকলো ব্যৱহাৰকাৰীক প্ৰদান কৰা হ’ব ৫ জিবি বিনামূলীয়া ইণ্টাৰনেট। স্থানীয় সময় অনুসৰি, আবেলি প্ৰায় ৩ বজাত পুনৰুদ্ধাৰ কৰা হয় এই মোবাইল ইণ্টাৰনেট সেৱা।

লগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰ সন্দৰ্ভত পালকে কয়, বাংলাদেশ টেলিকমিউনিকেচন ৰেগুলেটৰী কমিছনে(বিটিআৰচি) ফেচবুক, টিকটক আৰু ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ কৰ্তৃপক্ষলৈও ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে যাতে হিংসাত্মক পোষ্টৰ আপলোডৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰে।

উল্লেখ্য যে, দেশজুৰি হোৱা এই হিংসাত্মক ঘটনাৰ পাছতেই বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট আৰু মোবাইল সেৱা। স্থানীয় বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি, এই হিংসাত্মক ঘটনাত ইতিমধ্যে মৃত্যু হৈছে ১০০ ৰো অধিক লোকৰ।

অৱশ্যে, মৃত্যুৰ বিষয়ে উপলব্ধ হোৱা নাই কোনো আনুষ্ঠানিক তথ্য। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হিংসাত্মক ঘটনাৰ পিছত কাৰ্ফিউ নিৰ্দেশ দিয়াৰ সিদ্ধান্তৰ সপক্ষে কয় যে, মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই কঠোৰ ব্যৱস্থা। অৱশ্যে, পাছলৈ স্বাভাৱিক হৈ পৰে বাংলাদেশৰ এই পৰিস্থিতি।

Tags: #AssamBangladeshInterMobile internet

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025