• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
27 °c
Guwahati
28 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আতংকৰ মাজতে বাংলাদেশত দুৰ্গা পূজা উদযাপন, উদ্বেগ প্ৰকাশ শ্বেখ হাছিনাৰ পুত্ৰৰ

Nation NE by Nation NE
October 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আতংকৰ মাজতে বাংলাদেশত দুৰ্গা পূজা উদযাপন, উদ্বেগ প্ৰকাশ শ্বেখ হাছিনাৰ পুত্ৰৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে অভিযোগ কৰিছে যে মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনে দেশত মৌলবাদক উৎসাহিত কৰাৰ ফলত ধৰ্মীয় নিৰ্যাতনৰ পুনৰ উত্থান ঘটিছে।

তেওঁ উল্লেখ কৰে যে এইবাৰ হিন্দু সংখ্যালঘু সমাজে ভয় আৰু নিৰাপত্তাহীনতাৰ মাজতে দুৰ্গা পূজা উদযাপন কৰিছে। পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি উপদেষ্টা সজীব ৱাজেদে কয়, দুৰ্গা পূজা হৈছে ভক্তি আৰু উদযাপনৰ সময়; ই অন্যায়ৰ ওপৰত ন্যায়ৰ জয়ৰ প্ৰতীক। কিন্তু এইবাৰ বাংলাদেশত হিন্দু ভাই-ভনীসকলে ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশত পূজা উদযাপন কৰিছে। ইউনুছ চৰকাৰৰ অধীনত মৌলবাদীৰ উত্থানে পুৰণি ধৰ্মীয় নিৰ্যাতনৰ ছাঁক ওভোতই আনিছে।

তেওঁ কয় যে আৱামি লীগ সদায় বাংলাদেশৰ সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰা দল হৈ আহিছে। এই দলটোৱে ১৯৭১ চনত ধ্বংস হোৱা মন্দিৰসমূহ পুনৰ নিৰ্মাণ কৰি হিন্দু, বৌদ্ধ, খ্ৰীষ্টানসকলক তেওঁলোকৰ বিশ্বাস অনুযায়ী উপাসনাৰ অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে আৰু সাম্প্ৰদায়িক হিংসা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

Tags: Awami LeagueBangadeshHindu

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025