• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘ভিছেৰা ৰিপ’ৰ্টে অধিক ত্বৰান্বিত কৰিছে ন্যায় প্ৰক্ৰিয়াক, আকাংশিত গতিৰে আগবাঢ়িছে ঘটনাৰ তদন্ত’: মুখ্যমন্ত্ৰী

Nation NE by Nation NE
October 13, 2025
in Top News, অসম
0 0
আজি ঘোষণা হ’ব ADRE-অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল
Share on FacebookShare on TwitterWhatsApp

মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰিছে সমগ্ৰ অসমৱাসীয়ে। জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিজন অসমীয়াই।

ইফালে জুবিন গাৰ্গক ন্যায় দিয়াত অধিক আত্মবিশ্বাসী হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিছেৰা ৰিপ’ৰ্ট দাখিলৰ পাছতে CIDয়ে সমগ্ৰ ঘটনাৰ এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে।  শীঘ্ৰেই সমস্ত ঘটনাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব পাৰিব SITয়ে।

ফেচবুক লাইভত মন্তব্য প্ৰকাশ কৰি ভিছেৰা ৰিপ’ৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,  ‘দিল্লীৰ চেণ্ট্ৰেল ফৰেনছিক লেবৰেটৰীয়ে আমাক ভিছেৰা ৰিপ’ৰ্ট।ভিছেৰা ৰিপ’ৰ্টত CIDয়ে বিচাৰি পাইছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নিৰ্দিষ্ট দিশ।নিৰ্ধাৰিত সময়ৰ ভিতৰত আদালতত দাখিল কৰা হ’ব তদন্তৰ প্ৰতিবেদন।ভিছেৰা ৰিপ’ৰ্টে অধিক ত্বৰান্বিত কৰিছে ন্যায় প্ৰক্ৰিয়াক।’

লগতে  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ছিংগাপুৰত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ সাক্ষী হোৱা  আৰু ৭ জন অসমীয়া প্ৰৱাসী ইতিমধ্যে সোমবাৰে গুৱাহাটীত উপস্থিত হৈছে CIDৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰিব।

অন্য ৬ গৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্ৱান জনাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে ‘আপোনালোক অসমলৈ আহিবই লাগিব। অসমলৈ নিজে নাহিলে কেনেকৈ আনিব লাগে তাৰ বাবে আইনৰ ব্যৱস্থা ল’বলৈ আমি কুণ্ঠাবোধ নকৰো।’

Tags: #JusticeForZubeenGarg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025