জুবিন গাৰ্গৰ মৃত্য সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া। ছিংগাপুৰ আৰক্ষীয়ে দিলে নতুন তথ্য। ছিংগাপুৰ আৰক্ষীয়ে জনাই যে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয়। প্ৰাৰম্ভিক তদন্তৰ পাছতেই বিবৃতিযোগে এই ঘোষণা কৰে ছিংগাপুৰ পুলিচ ফ’ৰ্চে।
তদন্ত শেষ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক লাগিব ৩ মাহ সময় লাগিব বুলি জানিবলৈ দিয়ে ছিংগাপুৰ আৰক্ষীয়ে। ৩ মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব এই তদন্তৰ প্ৰতিবেদন
আৰক্ষীয়ে ছিংগাপুৰৰ আদালততে দাখিল কৰিব এই প্ৰতিবেদন। ছিংগাপুৰৰ আইন অনুসৰি ৰাজহুৱা কৰা হ’ব তদন্তৰ প্ৰতিবেদন।