• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

Nation NE by Nation NE
October 25, 2025
in Top News, অসম
0 0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চাৰ্জশ্বীট দাখিল কৰাৰ পিছদিনাই #JusticeForZubeenGarg আন্দোলনত অংশগ্ৰহণ কৰি ৰাজপথত নামিব মুখ্যমন্ত্ৰী।

২৪ অক্টোবৰত সাংবাদিকৰ আগত এই কথা স্পষ্টভাৱে কৰে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক মন্তব্যই বিতৰ্ক সৃষ্টি কৰাৰ সময়তে এই কথা সগৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘ন্যায় দিব ন্যায়ালয়ে, মই মুখ্যমন্ত্ৰীহে, মুখ্য ন্যায়াধীশ নহয়, ন্যায়ালয়ে যাতে সোনকালে ৰায় দিয়ে, তাৰ বাবে হেঁচা দিবলৈ মই ৰাজপথত নামিম’। তেওঁ লগতে কয় যে, সোণাপুৰত স্থানীয় মানুহো থাকে। গতিকে ৰাতি সুৰাপান কৰি হাই-হুলস্থুল কৰি তেওঁলোকক গোটেই ৰাতি অশান্তি দিয়াটোও উচিত নহয়।

ইফালে,জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত সাহিত্যিক  ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ৰাতি ১০ টা বজাৰ পাছত অসমত কোনো লোক কামাখ্যা মন্দিৰলৈয়ো নাযায়, কোনো কলেজত নাযায়, বিশ্ববিদ্যালয়লৈও নাযায়। ভুপেন হাজাৰিকাৰ সমাধিস্থললৈয়ো ৰাতি ১০ টা বজাৰ পাছত কোনো নাযায়।গতিকে ৰাতি ১০ টা বজাৰ পাছত জুবিন ক্ষেত্ৰলৈ কোন যাব লাগে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

ৰীতা চৌধুৰীৰ মন্তব্য উত্তেজনামূলক বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে যিকোনো প্ৰকাৰে এই চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Tags: #JusticeForZubeenGarg

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025