- চেন্নাইৰ পৰা স্বগৃহ আহি পালে যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ।
- বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব বাঁহীবাদক দীপক শৰ্মাৰ।
- আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ।
- বিমান বন্দৰৰ পৰা অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ অনা হৈছে তেওঁৰ পাৰ্থিৱ শৰীৰ।
- নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ।
- বাঁহীৰ সুৰৰ মুৰ্চনাৰে শেষ শ্ৰদ্ধাঞ্জলি বাঁহীবাদক দীপক শৰ্মালৈ












