• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ বছৰৰ অন্তত জাগ্ৰত হ’ল আগ্নেয়গিৰি, ক’লা-ধোঁৱাই ছানি ধৰে আকাশ, ভাৰততো সতৰ্কবাণী জাৰি

Nation NE by Nation NE
November 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১০ বছৰৰ অন্তত জাগ্ৰত হ’ল আগ্নেয়গিৰি, ক’লা-ধোঁৱাই ছানি ধৰে আকাশ, ভাৰততো সতৰ্কবাণী জাৰি
Share on FacebookShare on TwitterWhatsApp

১০ হাজাৰ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ২৩ নৱেম্বৰত ইথিওপিয়াৰ হাইলি গুব্বি অঞ্চলত আগ্নেয়গিৰি বিস্ফোৰণ হয়। যাৰ ফলত ইথিওপিয়াৰ আকাশত ক’লা-ধোঁৱা আৰু চালফাৰ-ডাই-অক্সাইডৰ ডাঠ তৰপে আগুৰি ধৰে। এই বৃহৎ বিস্ফোৰণৰ কিছু মিনিটৰ ভিতৰতে ডাঠ, ক’লা আৰু অতি মিহি কণিকাৰ ধোঁৱা হাজাৰ হাজাৰ ফুট আকাশলৈ উঠি আহে।

চৌদি আৰৱৰ পৰা মাত্ৰ ৪০০ কিলোমিটাৰ দূৰত্বত আৰব উপদ্বীপৰ ঠিক সমীপতে এই আগ্নেয়গিৰিৰ হঠাতে বিস্ফোৰণ ঘটে। এই ধোঁৱাই পোনে পোনে য়েমেন, ওমান আৰু আৰব সাগৰৰ ফালে উৰি যায়। এক প্ৰতিবেদনৰ মতে, ফ্ৰান্সৰ টুলুজ আগ্নেয়গিৰিৰ এছ এডভাইজাৰী চেণ্টাৰে প্ৰথমে পুৱা ৮.৩০ বজাত এই কথা নিশ্চিত কৰে। কিন্তু আচল চিন্তা ভাৰতৰ বাবে, কাৰণ এই ছাই এতিয়া ভাৰতৰ  আকাশতো প্ৰভাৱ বুলি আশংকা কৰা হৈছে।

ইথিওপিয়াত বিস্ফোৰণ ঘটা আগ্নেয়গিৰিৰ ফলত ভাৰতীয় এক বিমান সংস্থাই নিৰাপত্তাজনিত কাৰণত আবুধাবিলৈ যোৱা বিমান মাজ বাটতেই ডাইভাৰ্ট কৰিবলগীয়া হৈছিল। ডিজিচিএই সকলো বিমান সংস্থাক কঠোৰ পৰামৰ্শ জাৰি কৰি স্পষ্টভাৱে উল্লেখ কৰিছে যে এই আগ্নেয়গিৰিৰ ফলত বিমান চলাচল কঠোৰভাৱে এৰাই চলিব লাগে।

ডিজিচিএই বিমান সংস্থাসমূহক তেওঁলোকৰ বিমানৰ পৰিকল্পনা, পথ, আৰু উচ্চতাৰ সিদ্ধান্তসমূহ নিৰন্তৰভাৱে আপডেট কৰা আগ্নেয়গিৰিৰ এছ এডভাইজাৰীৰ ওপৰত ভিত্তি কৰি ল’বলৈও নিৰ্দেশ দিছে। পাইলট, ডিচপেচ টিম, আৰু কেবিন ক্ৰুকো আগ্নেয়গিৰিৰ ছাইৰ লগত জড়িত বিপদৰ বিষয়ে অৱগত কৰা হৈছে আৰু তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ আছে। উৰণৰ সময়ত ইঞ্জিনৰ শব্দৰ যিকোনো পৰিৱৰ্তন, কাৰ্যক্ষমতা হ্ৰাস, বা ধোঁৱা বা কেবিনত অস্বাভাৱিক দুৰ্গন্ধৰ বিষয়ে জনাবলৈ নিৰ্দেশ দিয়া হৈছে।

বিমানবন্দৰ পৰ্যায়তো অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাণৱে, টেক্সিৱে, আৰু আকাশমাৰ্গৰ বিশেষ পৰিদৰ্শনৰ নিৰ্দেশ দিয়া হৈছে য’ত ছাই বিমানবন্দৰত পোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজন হ’লে অভিযান বন্ধ বা সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিমান সংস্থাসমূহক উপগ্ৰহৰ ছবি, বতৰৰ তথ্য, NOTAM, ASHTAM, আৰু Volcanic Ash Advisories 24/7 নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে, কিয়নো বতাহত ছাইৰ গতিবেগে যিকোনো সময়তে দিশ সলনি কৰিব পাৰে।

Tags: EruptionEthiopiaVolcano

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025