মেষ ৰাশি :নতুন দায়িত্ব বহন কৰিব৷ নতুন বিষয় অধ্যয়নত ব্যস্ত হৈ পৰিব৷ কৰ্মক্ষেত্ৰত কৰি ভাগৰুৱা হৈ পৰিব পাৰে৷ ব্যৱসায়ত উন্নতি৷
বৃষ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ মন হ’ব৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব৷ ভাল ফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন৷ প্ৰেমত কিছু সমস্যাৰ সন্মুখীন হ’ব৷
মিথুন ৰাশি :কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আবেলি সৰু যাত্রা হʼব পাৰে৷ শিক্ষাৰ্থীৰ শুভ৷ জীৱনত ভাল বন্ধু লাভ৷ প্ৰেমৰ সম্পর্ক ভাল৷
কৰ্কট ৰাশি : পৰচৰ্চা নকৰিব৷ দিনটো মধ্যমীয়া৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ৷
সিংহ ৰাশি :অলাগতিয়াল বহু পৰামর্শ পাব৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব৷ প্ৰশংসা লাভ৷
কন্যা ৰাশি :গোটেই দিনটো এলাহ ভাবে আপোনাৰ লগ নেৰিব৷ মূৰৰ বিষ হ’ব পাৰে৷ প্ৰিয়জনৰ লগত সৰু কথাত তৰ্ক বিতৰ্ক হ’ব পাৰে৷
তুলা ৰাশি : নতুন আৰম্ভনি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আনন্দ দিব৷ নতুন ব্যৱসায় আৰম্ভনি কৰাৰ উত্তম সময়৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷
বৃশ্চিক ৰাশি :শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব৷
ধনু ৰাশি :ধনৰ আগমন ঘটিব৷ ভক্তিমূলক ভ্ৰমণ হ’ব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুহকি নাহিব ৷
মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷
কুম্ভ ৰাশি : নতুন বৈদেশিক শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ অধিক ধন উপাৰ্জন কৰিব ৷
মীন ৰাশি : কার্য জীৱনৰ কাৰণে মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভবাৰ্তা লাভ ৷











