মেষ: মানসিক সমস্যাৰ উপশম ঘটিব। জিৰণিৰ প্রয়োজন হ’ব। শুভ ৰং গোলাপী। শুভ সংবাদ পাব। ভ্রমণত সুখ। আবেগ পৰিহাৰ কৰক। অর্থ লাভ। শুভ সংখ্যা পাঁচ।
বৃষ: ইতিবাচক চিন্তাধাৰাই ঘৰুৱা পৰিৱেশ শান্তিপূর্ণ কৰি তুলিব। ব্যয় বৃদ্ধি। শুভ বং আকাশী নীলা। ভাগৰুৱা অনুভব। সম্পদ লাভৰ যোগ। ভ্রমণ। শুভ সংখ্যা দুই।
মিথুন: কর্মক্ষেত্রত বিসংগতি আঁতৰিব। আয়-ব্যয় সমতা ৰক্ষা কৰি চলক। শুভ ৰং মাখন। পাৰিবাৰিক অশান্তি দূৰ হ’ব। বিদেশ ভ্রমণৰ যোগ। বন্ধুৰ সংখ্যা বৃদ্ধি। শুভ সংখ্যা আঠ।
কর্কট: পূর্বৰ অৱস্থাৰ পৰিৱর্তন। দাম্পত্যত বুজাবুজিবে চলক। শুভবং আকাশী নীলা। আনৰ সমীহ আদায় কৰিব পাৰিব। ভাতৃৰপৰা কষ্ট পাব। খৰচ বৃদ্ধি। শুভ সংখ্যা ছয়।
সিংহ: ইতিবাচক চিন্তাৰে সমস্যা সমাধান। আনৰ সহানুভূতি পাব। শুভ বং গোলাপী। ব্যৱসায়ত উন্নতি। ৰক্তচাপত ভুগিব পাৰে। বিদ্যাত আনন্দ। ভ্রমণ। শুভ সংখ্যা চাৰি।
কন্যা: কর্মত নিষ্ঠা আৰু দক্ষতা থাকিব। ব্যবসায়ত উন্নতি। শুভবং ৰঙা। ভ্রমণত সুখ। মানসিক উদ্বিগ্নতা কমিব। ক্রীড়া, অভিনয়ত দক্ষতা বৃদ্ধি। খৰচ। শুভ সংখ্যা আঠ।
তুলা: সাংসাৰিক কৰ্মত কৃতকার্যতা। ভ্রমণত কষ্ট। শুভ বং আকাশী নীলা। উৎসাহজনক সংযোগ। মানসিক অশান্তি দূৰ হ’ব। আয়-ব্যয় সমতা ৰক্ষা কৰক। শুভ সংখ্যা দুই।
বৃশ্চিক: কর্মোন্নতি। বন্ধুৰ সংখ্যা বৃদ্ধি পাব। শুভ ৰং গোলাপী। ভাতৃ-ভগ্নীক কষ্ট নিদিব। অসাধ্য সাধন কৰিব পাৰিব। শত্রু কমিব। ভ্রমণ। শুভ সংখ্যা চাবি।
ধনুঃ মনৰপৰা ভয় ভাব দূৰ হ’ব। আকস্মিক খৰচৰ বাবে প্ৰস্তুত থাকক। শুভ বং আকাশী নীলা। ভ্রমণত কষ্ট। অভিনয়ত সুনাম বৃদ্ধি। বিদ্যাত সুখ। শুভ সংখ্যা ছয়।
মকৰ কৰ্মত সফলতা প্রাপ্তি। ভ্রমণত কষ্ট। শুভ ৰং বেঙুনীয়া। আত্মবিশ্বাস বৃদ্ধি। ব্যৱসায়ত উন্নতি। শুভাকাংক্ষীৰ ওপৰত সন্দেহ নকৰিব। খৰচ। শুভ সংখ্যা আঠ।
কুম্ভ: উৎকণ্ঠা কমিব। কৰ্মৰ দ্বাৰা ভাগ্যৰ পৰিৱর্তন। শুভ বং গোলাপী। ভ্রমণত সুখ। মাতৃৰ শুভ। আয়-ব্যয় সমতা নাৰাখিলে কষ্ট পাব। বিদ্যাত সুখ। শুভ সংখ্যা দুই।
মীন: পূৰ্বৰ অৱস্থাৰ পৰিবৰ্তন। মই বৰ ভাব ত্যাগ কৰক। শুভ বং আকাশী নীলা। যান-বাহনত ভয়। আনে ভুল পথে নিব পাৰে। অর্থ লাভ। ভ্রমণ। শুভ সংখ্যা চাৰি।











