• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
20 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE by Nation NE
December 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

বিগত বৰ্ষত বাংলাদেশত হোৱা অভ্যুত্থানৰ পিছত এতিয়া ঘোষণা কৰা হৈছে নিৰ্বাচনৰ দিন। বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে ১১ ডিচেম্বৰত ঘোষণা কৰে যে ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত ত্ৰয়োদশ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত বাংলাদেশত মহম্মদ ইউনুছ চৰকাৰৰ কাৰ্যকাল বৃদ্ধিৰ জল্পনা-কল্পনাৰ অন্ত পৰে।

২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন হিংসাত্মক প্ৰতিবাদৰ পিছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ পিছত এইটোৱেই হ’ব প্ৰথম নিৰ্বাচন। অৱশ্যে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব শ্বেখ হাছিনাৰ দল আৱামী লীগে। বাংলাদেশত নিষেধাজ্ঞা আৱামি লীগৰ। ফলস্বৰূপে মূল প্ৰতিদ্বন্দ্বিতা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপি আৰু মৌলবাদী সংগঠন জামাত-ই-বাংলাদেশৰ মাজত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ভোটদানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল, মাত্ৰ সময়সূচীহে বাকী আছিল।

বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে, সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ শেষ তাৰিখ ২০২৫ চনৰ ২৯ ডিচেম্বৰ। জনবিদ্ৰোহৰ পিছত নতুন বাংলাদেশ গঢ়াৰ এক ঐতিহাসিক সুযোগ হিচাপে নিৰ্বাচনক আখ্যা দিয়ে। তেওঁ কয় যে ইয়াক ন্যায্য আৰু বিশ্বাসযোগ্যভাৱে পৰিচালনা কৰিব লাগে।

ভাষণত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ভোটাৰসকলক নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনী প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় সূচী ঘোষণাৰ পৰা। ইয়াৰ লগে লগে ৰিটাৰ্ণিং অফিচাৰ (আৰ অ’) আৰু সহকাৰী ৰিটাৰ্নিং বিষয়া (এ আৰ অ’) নিযুক্তিৰ ঘোষণা কৰা হয়। আচৰণ বিধি অনুসৰি ভোটগ্ৰহণৰ দিনটোৰ ২১ দিন পূৰ্বে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ’ব পাৰে। কাৰ্যসূচী ঘোষণাৰ ৪৮ ঘণ্টাৰ ভিতৰত ৰাজহুৱা স্থানৰ পৰা পোষ্টাৰ, প্লেকাৰ্ড, বেনাৰ, বিলবোৰ্ড আঁতৰাই পেলাবলৈ প্ৰাৰ্থীসকলক নিৰ্দেশ দিয়া হৈছে।

Tags: BangladeshElection

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025