• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত বিতৰ্কিত লেখিকা! জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা চলোৱা লেখিকাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

Nation NE by Nation NE
January 19, 2026
in Top News, অসম
0 0
বিপদত বিতৰ্কিত লেখিকা! জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা চলোৱা লেখিকাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন আজি ৪ মাহ সম্পূৰ্ণ। আজি পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ বিতৰ্কিত শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য। বিভিন্নধৰণৰ কটু, নীচ, স্পৰ্শকাতৰ মন্তব্যৰে জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা চলাই আহিছিল শিখা শৰ্মাই। জুবিন গাৰ্গৰ পৰিয়ালো আনকি সাৰি যোৱা নাছিল শিখা শৰ্মাৰ এই বিতৰ্কিত মন্তব্যৰ পৰা। জুবিন গাৰ্গৰ পিতৃক লৈও যথেষ্ট ঘৃণনীয় মন্তব্য কৰিছিল শিখা শৰ্মাই।

জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক লৈ অতি অশ্লীল মন্তব্য কৰিছিল এই বিতৰ্কিত শিখা শৰ্মাই। গৰিমা শইকীয়া গাৰ্গৰ নিচিনা এগৰাকী মহিলাক সামাজিক মাধ্যমযোগে যথেষ্ট অপমান কৰিছিল। গৰিমা শইকীয়া গাৰ্গক লৈ অতি জঘন্য মন্তব্য কৰি নিজৰ ভদ্ৰতাৰ পৰিচয় দাঙি ধৰিছিল। লগতে জুবিন হত্যাৰ গোচৰত জেলত বন্দী হৈ থকা ৭ অভিযুক্তক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছিল। যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাইজে দাবী জনায় আহিছে, সেই সময়তে শিখা শৰ্মাই গোটেই ইচ্ছ্যু বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আহিছে।

যাৰ বাবে আজি আইনৰ কাষ চাপিছে গৰিমা শইকীয়া গাৰ্গে। লগতে জিলাই জিলাই জুবিন ফেন ক্লাৱে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা কৰিছে সেয়া শিখা শৰ্মাক ৰাজহুৱা কৰিবলৈ দাবী কৰিছে জুবিন ফেন ক্লাৱে।

Tags: #JusticeForZubeenGarg

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025