• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 28, 2026
22 °c
Guwahati
22 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

Nation NE by Nation NE
January 29, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…
Share on FacebookShare on TwitterWhatsApp

অৰিজিৎ সিঙৰ অৱসৰ কখা ঘোষণাৰ পিছতে খবৰ ওলাইছে যে তেওঁ “বৰ্ডাৰ ২” ছবিখনৰ বাবে এটি গীত গাবলৈ বাধ্য হৈছিল। এইক্ষেত্ৰত ভূষণ কুমাৰে নিজৰ বক্তব্য ৰাখিছে। উল্লেখ্য যে, ২৭ জানুৱাৰীত নেপথ্য কণ্ঠশিল্পী হিচাপে অৱসৰৰ কথা ঘোষণাৰ কৰি সকলোকে স্তম্ভিত কৰি তোলে অৰিজিত সিঙে।

এই খবৰৰ পিছতে ক্ৰমাৎ আৱেগিক হৈ পৰে অৰিজিতৰ অনুৰাগীসকল।  ইয়াৰ পিছতে আন এক উৰাবাতৰি প্ৰচাৰিত হৈছে যে অৰিজিতে “বৰ্ডাৰ ২”ৰ “সন্দেছে আতে হ্যেয়” গীতটো গাইবলৈ বাধ্য হৈছিল। কিন্তু  ছবিখনৰ পৰিচালক ভূষণ কুমাৰে এই সকলোবোৰ বাজে কথা বুলি উল্লেখ কৰে।

শেহতীয়াকৈ এক বিষয় উত্থাপন হৈছিল যে, একাংশ সংগীত পৰিচালকে কণ্ঠশিল্পীগৰাকীৰ কামত বাধা দিছিল। যাৰ বাবে তেওঁ অত্যন্ত বিচলিত হৈ পৰিছিল। তদুপৰি কোৱা হৈছিল যে অৰিজিতে “বৰ্ডাৰ ২”ৰ গীতবোৰৰ সৈতে সৃষ্টিশীলভাৱে কাম কৰিব নোৱাৰিলে।

অৱশ্যে অৰিজিতে নিজৰ অৱসৰ ঘোষণাৰ পিছতে এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে যে, বছৰ বছৰ ধৰি তেওঁৰ সংগীত শুনি মৰম আগবঢ়োৱা সকলোকে ধন্যবাদ জনায়। লগতে অৰিজিতে লিখিছে যে, ইয়াৰ এটা কাৰণ যথেষ্ট সহজ, তেওঁৰ যিকোনো বস্তুৰ প্ৰতিয়েই আগ্ৰহ অতি সোনকালে কমি যায়, যাৰ বাবে তেওঁ প্ৰায়ে নিজৰ গীতৰ ব্যৱস্থা সলনি কৰি লাইভত পৰিবেশন কৰে।

Tags: arijit singhbhushan kumarSINGER

Related Posts

তেলেংগানা নদীত ৫ ফুট ওখ ভগৱান বিষ্ণুৰ প্ৰাচীন প্ৰতিমূৰ্তি, দ্বাদশ শতিকাৰ ইতিহাস উন্মোচন
Top News

March 28, 2026
নেপালত ৰাজনৈতিক ভূমিকম্প! বালেন শ্বাহৰ শপতগ্ৰহণৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ, GEN Zৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া নেকি?

‘বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনশ্বিপত থকাটো কোনো অপৰাধ নহয়’- এলাহাবাদ হাইক’ৰ্ট

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 28, 2026
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

March 28, 2026

শীৰ্ষ সংবাদ

তেলেংগানা নদীত ৫ ফুট ওখ ভগৱান বিষ্ণুৰ প্ৰাচীন প্ৰতিমূৰ্তি, দ্বাদশ শতিকাৰ ইতিহাস উন্মোচন

নেপালত ৰাজনৈতিক ভূমিকম্প! বালেন শ্বাহৰ শপতগ্ৰহণৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ, GEN Zৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া নেকি?

‘বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনশ্বিপত থকাটো কোনো অপৰাধ নহয়’- এলাহাবাদ হাইক’ৰ্ট

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025