• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
27 °c
Guwahati
28 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

Nation NE by Nation NE
February 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বহুসময়ত ভাৰত বিৰোধী মন্তব্য কৰা মৌলবী মামুনুল হকে হেৰুৱায় নিজৰ আসন। বাংলাদেশৰ খিলাফত মাজলিছৰ প্ৰাৰ্থী মামুনুল হকে ঢাকাৰ ১৩খন আসনত পৰাস্ত হয়। এই আসনত বিএনপিৰ ববি হাজ্জাজে জয়লাভ কৰে।

বাংলাদেশৰ স্বাধীনতা দিৱস উপলক্ষে ২০২১ চনৰ ২৬ মাৰ্চত বাংলাদেশ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ এই ভ্ৰমণৰ সময়ত উগ্ৰ মুছলমান সংগঠন হিফাজাত-ই-ইছলামে কেইবাটাও স্থানত প্ৰতিবাদৰ আয়োজন কৰে। এই পৰিস্থিতি ইমানেই হিংস্ৰ আছিল যে সেই সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু হয়। হিংসাৰ উচটনি দিয়াৰ অভিযোগত সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদক মামুনুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শ্বেখ হাছিনাৰ কাৰ্যকালত হিংসাৰ উচটনি দিয়াকে ধৰি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ হৈছিল মামুনুল হকক। সেই সময়ত চৰকাৰে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বিগত মাহত চৰকাৰ বিৰোধী প্ৰতিবাদৰ পিছত শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি যোৱাৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখনে মামুনুল হক আৰু আন একাংশ উগ্ৰ নেতাক মুকলি কৰি দিয়ে।

হিফাজাত-ই-ইছলাম ২০১০ চনত গঠন কৰা হৈছিল। ২০১০ চনত প্ৰতিষ্ঠা হোৱা হিফাজাত-ই-ইছলাম এই সংগঠনে কঠোৰ ইছলামিক মতাদৰ্শক সমৰ্থন কৰে। সংবিধান আৰু সমাজৰ পৰিৱৰ্তনৰ বিৰুদ্ধে বাৰে বাৰে মাত মাতি আহিছে এই সংগঠনটোৱে। মাদ্ৰাছা আৰু ইয়াৰ ইছলামিক ব্যৱস্থাৰ কাম-কাজত ভূমিকা লোৱাৰ বাবেও সংগঠনটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছে। মামুনুল হক এই সংগঠনটোৰ অন্যতম বিশিষ্ট ব্যক্তি হিচাপে পৰিগণিত হৈছে। তেওঁৰ নিজৰ প্ৰৰোচনামূলক ভাষণ আৰু উগ্ৰ মতামতৰ বাবে সমৰ্থক আৰু বিৰোধী উভয়ৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে বাংলাদেশ নিৰ্বাচন আয়োগে ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদ নিৰ্বাচনত তিনিটা সমষ্টিৰ ফলাফল পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমষ্টিসমূহ হ’ল শ্বেৰপুৰ-২, চট্টগং-২, আৰু চট্টগং-৪। নিৰ্বাচন আয়োগৰ সচিবালয়ৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মহম্মদ শ্বাহিদুল ইছলামে উল্লেখ কৰে যে বিজয়ী প্ৰাৰ্থীৰ সৈতে জড়িত আইনী সমস্যাৰ বাবে এই সমষ্টিসমূহৰ ফলাফল বন্ধ ৰখা হৈছে।

Tags: BangadeshBNPElection

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025