• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ

Nation NE by Nation NE
March 15, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ
Share on FacebookShare on TwitterWhatsApp

ইৰাণ যুদ্ধৰ মাজতে ছুইজাৰলেণ্ডে আমেৰিকাৰ সামৰিক বিমানৰ বাবে নিজৰ আকাশমাৰ্গৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। চুইজাৰলেণ্ড চৰকাৰে কয় যে, তেওঁলোকৰ দীৰ্ঘদিনীয়া নীতি হৈছে নিৰপেক্ষ হৈ থকা আৰু সেয়েহে সংঘাতৰ সৈতে জড়িত আমেৰিকাৰ বিমানসমূহক ইয়াৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হ’বলৈ দিয়া নহ’ব।

১৪ মাৰ্চত জাৰি কৰা এক বিবৃতিত চৰকাৰে কয় যে, ১৫ মাৰ্চত চুইজাৰলেণ্ডৰ আকাশমাৰ্গৰ মাজেৰে দুখন আমেৰিকাৰ গোপন বিমান উৰণৰ অনুমতি দিয়া হোৱা নাছিল। বিষয়াসকলৰ মতে, এই বিমানসমূহ ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল, আৰু সেয়েহে, অনুমোদন লাভ কৰা হোৱা নাছিল।

কিন্তু চুইজাৰলেণ্ড চৰকাৰে আমেৰিকাৰ আন তিনিখন বিমানত অনুমোদন জনায় ১৫ মাৰ্চত দুখন পৰিবহণ বিমান আৰু ১৭ মাৰ্চত এখন মেইণ্টেনেন্স বিমান। চুইছ ফেডাৰেল কাউন্সিলে কেইবাটাও অনুৰোধ পৰ্যালোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুৰোধসমূহ আহিছিল এনে কূটনৈতিক অনুমতি চম্ভালি থকা ফেডাৰেল অফিচ অৱ চিভিল এভিয়েশনলৈ। ছুইজাৰলেণ্ডে স্পষ্ট কৰি দিয়ে যে, মানৱীয় বা চিকিৎসা সাহায্য কঢ়িয়াই অনা বিমানৰ অনুমতি অব্যাহত থাকিব। উদাহৰণস্বৰূপে, আহত লোকক কঢ়িয়াই অনা বিমান বা সাহায্য অভিযানে চুইজাৰলেণ্ডৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিব পাৰে।

আমেৰিকা আৰু ইৰাণৰ যুদ্ধ তৃতীয় সপ্তাহত ভৰি দিয়াৰ সময়তে ছুইজাৰলেণ্ডৰ এই সিদ্ধান্ত। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰাৰ সময়ত যুদ্ধ আৰম্ভ হৈছিল। খবৰ অনুসৰি, এই যুদ্ধত এতিয়ালৈকে ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই ইৰাণী।

এই সংঘাতৰ ফলত বিশ্বৰ তেল যোগানতো প্ৰভাৱ পৰিছে। ইফালে উপসাগৰীয় অঞ্চলৰ পৰা তেল আমদানি কৰা দেশসমূহক জাহাজ সুৰক্ষাৰ বাবে নৌসেনা বাহিনী প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ড’নাল্ড ট্ৰাম্পে। খাৰ্গ দ্বীপত আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণে প্ৰতিশোধৰ ভাবুকি দিছিল আৰু হৰমুজ জলদ্বীপৰ আশে-পাশে উত্তেজনা বৃদ্ধি পাইছে।

Tags: aircraftAmericaSwitzerland

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ!আক্ৰমণৰ পূৰ্বে হাসগৃহ এৰিছিল মোজতাবা খামেনেইয়ে

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ!আক্ৰমণৰ পূৰ্বে হাসগৃহ এৰিছিল মোজতাবা খামেনেইয়ে

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025