• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 18, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

জ্যেষ্ঠ নেতাৰ দল ত্যাগত বিড়ম্বনা কংগ্ৰেছত। কংগ্ৰেছে আকৌ সলনি কৰিব লাগিব নিৰ্বাচনী বেনাৰ, পোষ্টাৰ, হ’ৰ্ডিং। প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগৰ পাছতে বেকফুটত কংগ্ৰেছ। কংগ্ৰেছ দল ত্যাগৰ পাছতেই অমিত শ্বাহক সাক্ষাৎ প্ৰদ্যুৎ বৰদলৈৰ।

মাহোবাত এজন যুৱকে এগৰাকী মহিলাৰ অশ্লীল ভিডিঅ’ বনাই ভাইৰেল কৰে। ইয়াৰ ফলত মহিলাগৰাকীয়ে লজ্জানত হৈ ভয়ংকৰ সিদ্ধান্ত হয়। সন্দেহজনক পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই ৰে’লপথত উদ্ধাৰ হয় মৃতদেহ। পৰিয়ালৰ লোকে অভিযোগ কৰে যে যুৱকজনে মহিলাগৰাকীৰ অশ্লীল ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি মহিলাগৰাকীক আঘাতপ্ৰাপ্ত কৰি এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

মধ্যপ্ৰাচ্যত যুদ্ধ অব্যাহত আছে। ১৭ মাৰ্চত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ঘোষণা কৰে যে, আমেৰিকাই হৰমুজ জলদ্বীপৰ নিয়ন্ত্ৰণ লাভৰ প্ৰচেষ্টাত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইৰাণৰ উপকূলৰ ক্ষেপণাস্ত্ৰ ঘাটিত আমেৰিকাৰ সেনাই তীব্ৰ বোমা বিস্ফোৰণৰ আক্ৰমণ চলাইছে। আমেৰিকাৰ সেনাবাহিনীৰ মতে, এই ঘাটিসমূহত নিয়োজিত ইৰাণৰ জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰই এই জলপথৰ মাজেৰে পাৰ হৈ যোৱা জাহাজসমূহৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল, যাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

Tags: Latest newsmorning newsnews update

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

March 18, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

শীৰ্ষ সংবাদ

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025