• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 8, 2026
25 °c
Guwahati
21 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

    ‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাবে সুখবৰ! এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে অতিক্ৰম কৰিলে হৰমুজ জলদ্বীপ; কেতিয়া আহি পাব মুম্বাই?

Nation NE by Nation NE
April 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Share on FacebookShare on TwitterWhatsApp

হৰমুজ জলদ্বীপৰ পৰা ভাৰতৰ বাবে আহিছে আন এক ভাল খবৰ। ভাৰতৰ পতাকা থকা এল পি জি টেংকাৰ গ্ৰীণ ছানভিয়ে সফলতাৰে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে। জাহাজখনে প্ৰায় ৪৪ হাজাৰ মেট্ৰিক টন এল পি জি কঢ়িয়াই লৈ ফুৰিছে।

৩ এপ্ৰিলত টেংকাৰখনে হৰমুজ জলদ্বীপ অতিক্ৰম কৰি ৬ এপ্ৰিলৰ ভিতৰত মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মাৰ্চ মাহত হৰমুজ জলদ্বীপত ট্ৰেনজিট কৰা এইখন সপ্তমখন ভাৰতীয় জাহাজ। ইৰাণৰ ক্লিয়াৰেন্সৰ অপেক্ষাত এতিয়াও হৰমুজত আবদ্ধ হৈ আছে ভাৰতৰ কেইবাখনো তেল আৰু গেছ জাহাজ।

জাহাজ অনুসৰণৰ তথ্য অনুসৰি গ্ৰীণ ছানভি পাৰ্চী উপসাগৰত ডক কৰি হৰমুজ জলদ্বীপৰ পূব দিশত ইৰাণৰ জলসীমাৰ মাজেৰে পাৰ হৈ গৈছিল। এতিয়া মুম্বাই অভিমুখে ৰাওনা হৈছে। অনুমান কৰা হৈছে যে টেংকাৰখনে প্ৰায় ৪৪ হাজাৰ মেট্ৰিক টন এল পি জি কঢ়িয়াই লৈ ফুৰিছে, যিটো পশ্চিম এছিয়া যুদ্ধৰ পূৰ্বে আধা দিনৰ এল পি জি ব্যৱহাৰৰ সমতুল্য। যুদ্ধৰ ফলত যোগানৰ নাটনি হৈছে, আৰু বৰ্তমান দেশত এল পি জিৰ ব্যৱহাৰ কম। বিশেষজ্ঞসকলৰ মতে, গ্ৰীণ আশা আৰু জগ বিক্ৰম নামৰ আৰু দুখন এল পি জি টেংকাৰে অহা কেইদিনমানৰ ভিতৰত হৰমুজ জলদ্বীপ পাৰ হৈ ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি ইৰাণ-ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পিছত হৰমুজ জলদ্বীপ অতিক্ৰম কৰা সপ্তমখন ভাৰতীয় জাহাজ হৈছে গ্ৰীণ ছানভি। এতিয়ালৈকে অহা সাতখন জাহাজেই হৈছে এল পি জি টেংকাৰ। গ্ৰীণ ছানভিৰ ট্ৰেনজিটৰ লগে লগে এতিয়া হৰমুজ জলদ্বীপৰ পূবে পাৰস্য উপসাগৰত ১৭খন ভাৰতীয় পতাকাযুক্ত জাহাজ আছে। ভাৰতে এতিয়াও ইৰাণৰ সৈতে কূটনৈতিক আলোচনাত মিলিত হৈ আছে যাতে ভাৰতীয় জাহাজ হৰমুজ জলদ্বীপৰ মাজেৰে নিৰাপদ পাৰ হ’ব পাৰে। ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰি এতিয়া টোল আদায় কৰিছে যদিও ভাৰতৰ সৈতে থকা সুসম্পৰ্কৰ বাবে ভাৰতীয় জাহাজক ৰেহাই দিয়া হৈছে।

বিগত সপ্তাহত ইৰাণে উল্লেখ কৰিছিল যে ইৰাণৰ কৰ্তৃপক্ষৰ সমন্বয়ত আমেৰিকা, ইজৰাইল আৰু তেওঁলোকৰ মিত্ৰ দেশসমূহৰ লগতে বন্ধুত্বপূৰ্ণ দেশসমূহৰ জাহাজসমূহেহে হৰমুজ জলদ্বীপ পাৰ হ’ব পাৰে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে, ইৰাণৰ সৈতে বন্ধুত্বপূৰ্ণ দেশসমূহৰ বাবে হৰমুজ জলদ্বীপ মুকলি কৰা হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে চীন, ৰাছিয়া, ভাৰত, ইৰাক, পাকিস্তানৰ জাহাজসমূহক সামুদ্ৰিক চ’কপইণ্টত ট্ৰেনজিট কৰিবলৈ দিয়া হৈছে।

Tags: hormuzIranMiddle east war

Related Posts

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই
Top News

April 8, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

April 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 8, 2026
কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…
Top News

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

April 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

April 8, 2026

শীৰ্ষ সংবাদ

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025