• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 6, 2026
24 °c
Guwahati
24 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

    ‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

Nation NE by Nation NE
April 6, 2026
in Top News, অসম
0 0
ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ
Share on FacebookShare on TwitterWhatsApp

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ নিকৃষ্ট কাণ্ড। হিন্দী গীতৰ তালে তালে যুৱতীয়ে প্ৰদৰ্শন কৰিলে অশ্লীল নৃত্য।

যিটো সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বৰ অসম গঢ়াৰ কছা উল্লেখ কৰিছে, সেই সময়তে ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছে কৰিছে এক নিৰ্লজ্জ কাণ্ড।

এই ঘটনা বিৰছিং জৰুৱা সমষ্টিৰ বাহিৰ ছুৱাপাতা গাঁও পঞ্চায়তৰ দৈখোৱা বজাৰৰ। দৈখোৱা বজাৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছ দলে ভোটাৰক আকৰ্ষিত কৰিবলৈ অশ্লীল নৃত্য প্ৰদৰ্শন কৰোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰীৰ এনে কৰ্ম কাণ্ডক লৈ সচেতন ভোটাৰৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। যেন এয়া কোনো নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এক নৃত্য অনুষ্ঠানহে।এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা লাভ কৰিছে।

ভাৰতৰ এক পুৰণি ৰাজনৈতিক দলে এনেধৰণে অসৎ পন্থা হাতত লোৱা ঘটনাই বিৰূপ চৰ্চা লাভ কৰিছে। বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে, জনমত হেৰুৱাবৰ ভয়ত কঁপিছে নেকি কংগ্ৰেছ দল। যাৰ বাবে এচিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ভোটাৰক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছে আঁকোৱালি লৈছে অসমৰ কেতিয়াও নোহোৱা কিছুমান বিজতৰীয়া সংস্কৃতি।

Tags: #Assam#CongressElection

Related Posts

এগৰাকী বিবাহিত মহিলাৰ সৈতে চুবুৰীয়াৰ প্ৰেম, ভাতৃৰ সৈতে লগ হৈ ভয়ানক পৰিকল্পনা…
Top News

এগৰাকী বিবাহিত মহিলাৰ সৈতে চুবুৰীয়াৰ প্ৰেম, ভাতৃৰ সৈতে লগ হৈ ভয়ানক পৰিকল্পনা…

April 6, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

আমেৰিকা আৰু ইৰাণৰ মাজত হ’ব নেকি ৪৫ দিনীয়া যুদ্ধবিৰতি? ট্ৰাম্পৰ ভাবুকিৰ পিছতে চাঞ্চল্যকৰ তথ্য পোহৰলৈ

April 6, 2026
‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ
Top News

‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

April 6, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 6, 2026

শীৰ্ষ সংবাদ

এগৰাকী বিবাহিত মহিলাৰ সৈতে চুবুৰীয়াৰ প্ৰেম, ভাতৃৰ সৈতে লগ হৈ ভয়ানক পৰিকল্পনা…

আমেৰিকা আৰু ইৰাণৰ মাজত হ’ব নেকি ৪৫ দিনীয়া যুদ্ধবিৰতি? ট্ৰাম্পৰ ভাবুকিৰ পিছতে চাঞ্চল্যকৰ তথ্য পোহৰলৈ

ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025