• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 8, 2026
25 °c
Guwahati
21 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত মঞ্চত প্ৰদৰ্শন যুৱতীৰ উদ্দাম নাচ

    ‘অসমত নাৰায়ে তকবীৰ ধ্বনি দি কি বুজাব বিচাৰিছে ওৱেছিয়ে’, আছাদুদ্দিন ওৱেছিক ধমক জাতীয় সংগ্ৰামী সেনাৰ সভাপতিৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

Nation NE by Nation NE
April 8, 2026
in Top News, অসম
0 0
কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…
Share on FacebookShare on TwitterWhatsApp

কাইলৈ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী প্রার্থীৰ ভাগ্য। তৎপৰ হৈ উঠিছে আৰক্ষী-প্ৰশাসন। যাৱতীয় সা-সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে সকলো নিৰ্বাচনী বিষয়া-কৰ্মচাৰী।

পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ সৰ্বমুঠ ৩১,৪৯০ টা ভোট কেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ। ইয়াৰ ভিতৰত ৩১,৪৮৬ টা মূল ভোটকেন্দ্ৰ আৰু ৪টা সহায়ক ভোটকেন্দ্ৰ। তিনিচুকীয়া, গোৱালপাৰা, বিশ্বনাথ আৰু শ্ৰীভূমিত স্থাপন হ’ব সহায়ক ভোটকেন্দ্ৰ। ভোট গ্রহণৰ বাবে সাজু ১,২৫,৯৬০ গৰাকী প’লিং- প্রিজাইডিং বিষয়া। আজিয়েই ভোটকেন্দ্রলৈ ৰাওনা হ’ব প’লিং- প্রিজাইডিং বিষয়াসকল।

ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্ৰসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়। মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব।ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান।

ভোটকেন্দ্ৰলৈ গ’লে ভোটাৰসকলে মানিব লাগিব এইসমূহ নিয়ম-

  • প্ৰথমবাৰৰ বাবে ভোটকেন্দ্ৰলৈ নিব নোৱাৰিব মোৱাইল
  • ভোটকেন্দ্ৰৰ দুৱাৰমুখত থৈ যাব লাগিব মোৱাইল ফোন
  • এটা ভোটকেন্দ্ৰত ১২০০ লোকেহে ভোট দিব পাৰিব
  • ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াই প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে ভোটদানৰ সঠিক সংখ্যা দাখিল কৰিব লাগিব
  • EVMত এইবাৰ থাকিব প্ৰাৰ্থীসকলৰ ৰঙীন ফটো
  • ভোটকেন্দ্ৰৰ ১০০ মিটাৰ দূৰৈত থাকিব লাগিব প্ৰাৰ্থীৰ বুথ
  • ভোটদানৰ পিছতে ভোটাৰে লাভ কৰিব CLEAR INFORMATION SLIP
  • ভোটগণনা সম্পূৰ্ণ হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত ECINETত সকলো নিৰ্বাচনী তথ্য ৰাজহুৱা কৰা হ’ব
  • প্ৰতিগৰাকী BLO ৰ থাকিব সঠিক পৰিচয় পত্ৰ
  • প্রতিটো ভোটকেন্দ্ৰতে খোৱা পানী, জিৰণি কোঠা, শৌচালয়, দিব্যাংগৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা
Tags: #AssamElectionVote

Related Posts

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই
Top News

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

April 8, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

April 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

April 8, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 7, 2026

শীৰ্ষ সংবাদ

ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

যুদ্ধবিৰতিৰ ঘোষণা ট্ৰাম্পৰ, ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰিব নেকি ইৰানে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025