অসমত প্ৰথম দুঘণ্টাতে বাম্পাৰ ভোটদান। পুৱা ৯ বজালৈ ৰাজ্যত ১৭.৮৭ শতাংশ ভোটদান। নিম্নলিখিত জিলাসমূহত ভোটাদনৰ হাৰ হৈছে-
বজালী জিলাত ১৭.০৪ শতাংশ ভোটদান
বাক্সা জিলাত ১৬.৩৫ শতাংশ ভোটদান
বৰপেটা জিলাত ১৬.৫৬ শতাংশ ভোটদান
বিশ্বনাথ জিলাত ১৮.৪২ শতাংশ ভোটদান
বঙাইগাঁও জিলাত ১৮.২৩ শতাংশ ভোটদান
চৰাইদেউ জিলাত ১৮.৮৮ শতাংশ ভোটদান
চিৰাং জিলাত ১৬.৬৫ শতাংশ ভোটদান
দৰং জিলাত ১৯.৭৪ শতাংশ ভোটদান
ধুবুৰী জিলাত ১৮.১৬ শতাংশ ভোটদান
ডিমা হাচাও জিলাত ১৭.৩১ শতাংশ ভোটদান
গোৱালপাৰা জিলাত ১৯.৬৬ শতাংশ ভোটদান
গোলাঘাট জিলাত ১৮.৫৮ শতাংশ ভোটদান
হাইলাকান্দি জিলাত ১৬.৬০ শতাংশ ভোটদান
হোজাই জিলাত ১৯.০৬ শতাংশ ভোটদান
যোৰহাট জিলাত ১৯.০১ শতাংশ ভোটদান
কামৰূপ মেট্ৰো জিলাত ১৮.৮০ শতাংশ ভোটদান
কাৰ্বি আংলং জিলাত ১৫.৬০ শতাংশ ভোটদান
কোকৰাঝাৰ জিলাত ১৬.২৬ শতাংশ ভোটদান
লখিমপুৰ জিলাত ১৭.৩৮ শতাংশ ভোটদান
মাজুলী জিলাত ২০.০৩ শতাংশ ভোটদান
মৰিগাঁও জিলাত ১৯.৯৬ শতাংশ ভোটদান
নগাঁও জিলাত ১৮.৩৮ শতাংশ ভোটদান
নলবাৰী জিলাত ১৬.২৬ শতাংশ ভোটদান
শিৱসাগৰ জিলাত ১৮.২৬ শতাংশ ভোটদান
শোণিতপুৰ জিলাত ১৮.৬৮ শতাংশ ভোটদান
দক্ষিণ শালমৰা জিলাত ১৮.৬৫ শতাংশ ভোটদান
শ্ৰীভূমি জিলাত ১৮.৩৮ শতাংশ ভোটদান
তিনিচুকীয়া জিলাত ১৭.৭৫ শতাংশ ভোটদান
ওদালগুৰি জিলাত ১৭.৩৫ শতাংশ ভোটদান
পশ্চিম কাৰ্বি আংলং জিলাত ১৫.৩৫ শতাংশ ভোটদান














