• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
27 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুখ্যমন্ত্ৰী সন্দৰ্ভত সমস্যাৰ সৃষ্টি বিজয়ৰ! ১০৭ জন বিধায়কৰ সমৰ্থন, কিন্তু ৰাজ্যপালে ক’লে এই কথা…

Nation NE by Nation NE
May 7, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Share on FacebookShare on TwitterWhatsApp

তামিলনাডুৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠনক লৈ ৰাজনৈতিক অচলাৱস্থা গভীৰ হৈ পৰিছে। ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে বিজয়ক স্পষ্ট কৰি দিছে যে, তেওঁৰ দল তামিলনাডু ভেত্ৰী কাঝাগম (টিভিকে)ৰ চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ অভাৱ।

২৩৪ জনীয়া বিধানসভাত ১০৮খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে TVK দল। পিছে বৰ্তমানেও সংখ্যাগৰিষ্ঠতাৰ বাবে দলটোৰ প্ৰয়োজনীয় ১১৮খন আসনৰ তুলনাত অভাৱ। ৫ জন কংগ্ৰেছ বিধায়কৰ সমৰ্থন লাভ কৰাৰ পিছতো দলটোক আৰু অধিক মিত্ৰৰ প্ৰয়োজন। সেয়েহে TVK-এ বাওঁপন্থী দল VCK, IUMLৰ পৰা সমৰ্থন বিচাৰিছে আৰু আগন্তুক ২দিনত এই দলসমূহে নিজৰ স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা আছে।

ইফালে VCK নেতা থোল থিৰুমাভালাভানে বাওঁপন্থী দলসমূহৰ স্থিতি শুনিহে তেওঁৰ দলে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে। TVKৰ নেতা চিটিআৰ কুমাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এম বীৰপাণ্ডিয়ান আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পি শনমুগমৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সমৰ্থন বিচাৰে। তেওঁ জোৰ দি কয় যে, বিজয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ক্ষমতাৰ ভাগ-বতৰা কৰাটো অতি প্ৰয়োজনীয় যাতে মিত্ৰসকলে নিজ নিজ নীতি আৰু মতাদৰ্শ কাৰ্যকৰী কৰিব পাৰে।

খবৰ অনুসৰি, TVK বাওঁপন্থী দল, VCK আৰু IUMLলৈ ইমেইল আৰু আনুষ্ঠানিক চিঠি প্ৰেৰণ কৰি সমৰ্থন বিচাৰিছে। তামিলনাডুত চৰকাৰ গঠনত দলটোৱে সফল হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।ইফালে, ৫খন আসন লাভ কৰা কংগ্ৰেছে ইতিমধ্যে TVKক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে।

ইফালে ভাৰতীয় জনতা পাৰ্টিয়ে উল্লেখ কৰিছে যে সমগ্ৰ চৰকাৰ গঠন প্ৰক্ৰিয়া সাংবিধানিকভাৱে চলিব আৰু ৰাজ্যপালে নিয়ম অনুসৰি সিদ্ধান্ত ল’ব। ফলস্বৰূপে তামিলনাডুৰ পৰিস্থিতি অনিশ্চিত হৈয়েই আছে। সকলোৰে দৃষ্টি এতিয়া বিজয়ে প্ৰয়োজনীয় সমৰ্থন লাভ কৰিব পাৰিব নে ৰাজ্যত নতুন ৰাজনৈতিক সমীকৰণৰ উন্মেষ ঘটে।

Tags: ElectionTamilnaduvijay

Related Posts

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি
Top News

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

May 7, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026

শীৰ্ষ সংবাদ

মুখ্যমন্ত্ৰী সন্দৰ্ভত সমস্যাৰ সৃষ্টি বিজয়ৰ! ১০৭ জন বিধায়কৰ সমৰ্থন, কিন্তু ৰাজ্যপালে ক’লে এই কথা…

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025