No Result
View All Result
- নগাঁৱৰ জুবিন উদ্যানত আৱেগিক হৈ পৰে গৰিমা গাৰ্গ। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত গৰিমা গাৰ্গে কয় যে- জুবিনে যদি ন্যায় নাপালে, অভিধানৰ পৰা ন্যায় শব্দটো উঠাই দিয়াই ভাল। সমগ্ৰ অসমখনক ভালপোৱা জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি জুবিন গাৰ্গে। জুবিন উদ্যানত নিৰ্মান কৰা প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে গৰিমা শইকীয়া গাৰ্গে। লগতে গৰিমা গাৰ্গক সংগ দিলে জুবিলী আৰু টীম যন্ত্ৰই।
- ভাঙি দিয়া হ’ল শ্বেৰ আলী বাবা মাঝাৰ। প্ৰশাসনৰ মতে চৰকাৰী ভূমিত নিৰ্মাণ কৰিছিল মাঝাৰটো। অবৈধ বুলি ঘোষণা কৰি বুলড’জাৰেৰে ভাঙি দিলে মাঝাৰটো। চম্ভলৰ সিৰসিৰ এটা সৰোবৰৰ পাৰত আছিল শ্বেৰ আলী বাবা মাঝাৰ। চৰকাৰী সৰবোৰৰ ৮০ বিঘা পৰ্যন্ত ভূমি বেদখল কৰিছিল সন্দেহজনক লোক। ভূমি বেদখল কৰি মাঝাৰটো নিৰ্মাণ কৰিছিল বুলি অভিযোগ। বেদখল কৰি থকা ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে।
- এইবাৰ হোৱাইট হাউছত ভয়ানক আক্ৰমণ। এটা দুটা নহয়, ৩০টাকৈ গুলী ফুটাই ট্ৰাম্পক হুংকাৰ। হোৱাইট হাউছৰ নিচেই সমীপতেই নিৰ্বিচাৰ গুলীচালনা। বিশেষ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আক্ৰমণকাৰী। FBIয়ে ঘেৰি ধৰে আক্ৰমণকাৰীজনক। এই ঘটনাৰ পিছতে পূৰ্বতকৈ অধিক কটকটীয়া কৰি তোলা হৈছে ট্ৰাম্পৰ সুৰক্ষা।
- ইৰান-আমেৰিকাৰ শান্তি আলোচনাৰ ডাঙৰ খবৰ। ইউৰেনিয়ামক লৈ ইৰান-আমেৰিকাৰ মাজত চুক্তি। আমেৰিকাক ইউৰেনিয়াম দিয়াৰ বাবে সাজু ইৰান। নিউয়ৰ্ক টাইমছৰ তথ্যৰ ভিত্তিত এই বাতৰি। ইউৰেনিয়াম এৰি দিবলৈ সহমতত ইৰান।
No Result
View All Result