• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজিয়াবাদৰ ল’নী অঞ্চলত ম’হ বান্ধি ৰখাৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ ঘটনা; অভিযুক্তক গ্ৰেপ্তাৰ

Nation NE by Nation NE
August 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
গাজিয়াবাদৰ ল’নী অঞ্চলত ম’হ বান্ধি ৰখাৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ ঘটনা; অভিযুক্তক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

গাজিয়াবাদত সামান্য বিবাদক লৈ তিনিজন লোকে ঘৰত ম’হ বান্ধি ৰখাৰ সন্দৰ্ভত একেলগে এজন ব্যক্তিক দাৰে আক্ৰমণ কৰে, যাৰ ফলত ব্যক্তিজনে সাৱটি লয় কৰুণ মৃত্যুক। আৰক্ষীয়ে এই গোচৰৰ ভিত্তিত এজন অভিযুক্তক ইতিমধ্য়েই গ্ৰেপ্তাৰ কৰিছে, বাকী অভিযুক্ত কেইজনৰো সন্ধান বৰ্তমান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ২০২৪ চনৰ ২ আগষ্টত ইৰফান ছাইফী নামৰ এজন ব্যক্তিয়ে ল’নী থানাত এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ পুত্ৰ আৰ্ছাদক একাংশ লোকে চোকা দাৰে আক্ৰমণ কৰিছিল, য’ত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল।

অভিযোগৰ পিছতে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্তৰ ভিত্তিত ১১ আগষ্টত ল’নীৰ অশোক বিহাৰৰ জৈন কলনীৰ পৰা মূল অভিযুক্ত খুৰছিদ ওৰফে মুন্নাক গ্ৰেপ্তাৰ কৰে।

৪৮ বছৰীয়া খুৰছিদে জেৰাৰ সময়ত স্বীকাৰ কৰে যে ইৰফান ছাইফীয়ে তেওঁৰ বাৰীৰ ভিতৰত ম’হ বান্ধি ৰখাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল। আৰু তাৰ পাছতেই খুৰছিদ, ছলমান আৰু আফ্ৰিদে মিলি আৰ্ছাদক লক্ষ্য কৰি দাৰে গুৰুতৰভাৱে আঘাত কৰিছিল, যাৰ বাবে আৰ্ছাদৰ অৱশেষত মৃত্যু হয়।

আন পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বৰ্তমানো অব্যাহত ৰাখিছে প্ৰচেষ্টা। দিল্লীৰ সংলগ্ন গাজিয়াবাদত সৰু সৰু বিবাদক লৈ ৰক্তপাতৰ ঘটনা বৰ্তমান এতিয়া সুলভ হৈ পৰিছে। শেহতীয়াকৈ ম’হ বান্ধি ৰখাৰ বিবাদক লৈ হোৱা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ তথা গাজিয়াবাদ।

Tags: #DelhiBuffaloGhaziabad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025