• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

AC মূৰত পৰি দিল্লীত ছাত্ৰৰ কৰুণ পৰিণতি

Nation NE by Nation NE
August 19, 2024
in Top News, অসম
0 0
AC মূৰত পৰি দিল্লীত ছাত্ৰৰ কৰুণ পৰিণতি
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ কেৰলবাগৰ এক অনাকাংশিত ঘটনা পোহৰলৈ আহিছে । য’ত এজন ছাত্ৰৰ মূৰত AC পৰি থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন ছাত্ৰ।  উক্ত ঘটনাটো সংঘটিত হয়, যেতিয়া দুজন বন্ধুৱে এখন স্কুটাৰৰ ওচৰত থিয় হৈ কথোপকথনত ব্যস্ত আছিল।

তথ্য অনুসৰি, হঠাতে নিকটৱৰ্টী ঘৰৰ দ্বিতীয় মহলাৰ পৰা ACৰ আউটড’ৰ ইউনিটটো তললৈ সৰি ছাত্ৰজনৰ মূৰত পৰে আৰু তেতিয়াই ছাত্ৰজনৰ মৃত্যু হয় । অৱশ্যে ঘটনাটোৰ পাছতেই ফ্লেটৰ মালিকৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰো ৰুজু কৰিছে।

তদন্তত জানিব পৰা গৈছে যে, খিৰিকীৰ বাহিৰত স্থাপন কৰা ACৰ আউটড’ৰ ইউনিটটো ভাঙি যোৱাৰ ফলতেই সংঘটিত হয় এই ঘটনাটো।

ক’ত কেনেকৈ AC ফিট কৰিব?

AC ক’ত কেনেকৈ ফিট কৰিব লাগে সেই বিষয়ে পৰ্যাপ্ত জ্ঞান থকাটোও অতি জৰুৰী । যদি এনে নকৰে তেন্তে, কেৱল AC ৰ কাৰ্য্যক্ষমতাত প্ৰভাৱ পৰাই নহয়, দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি হয়।

AC ৰ প্ৰকাৰ –

AC দুবিধ। এটা উইণ্ড’ AC আৰু আনটো স্প্লিট AC । উইণ্ড’ ACৰ এটা ইউনিট থাকে, যিটো খিৰিকীখনৰ ওপৰত নিজেই ফিট কৰা হয়। গতিকে এই সন্দৰ্ভত বিশেষ সমস্যা নাই। কিন্তু, তথাপিও, খিৰিকীৰ AC ফিট কৰাৰ সময়ত, খিৰিকীৰ শক্তি পৰীক্ষা কৰিব লাগে। আনহাতে, স্প্লিট AC ৰ দুটা ইউনিট থাকে। তাৰ পিছত ইনড’ৰ ইউনিটটো কোঠাটোৰ ভিতৰত সোমাই পৰে। কিন্তু বাহিৰৰ ইউনিটটো ফিট কৰাৰ সময়ত বিশেষ যত্ন লোৱাৰ প্ৰয়োজন।

AC ফিট কৰিবলৈ সঠিক ঠাই –

বহুতে বেলকনিৰ খিৰিকীৰ ওচৰৰ বেৰ বা ৱালত আউটড’ৰ ইউনিটটো ফিট কৰে। যদি মাটিৰ পৰা উচ্চতা বেছি হয় তেন্তে ইয়াক বেৰত ফিট নকৰিব, কাৰণ ACৰ ষ্টেণ্ডটো নষ্ট হ’লে ই সৰি পৰাৰ আশংকা যথেষ্ট থাকে। সাধাৰণতে মজিয়া বা চিমেণ্টৰে মজবুট পালাষ্টাৰ কৰি বাহিৰৰ ইউনিটটো ফিট কৰি ল’ব লাগে। সাধাৰণতে খিৰিকীৰ ওপৰৰ ফলকখন ইয়াৰ বাবে নিখুঁত উপযুক্ত ঠাই । ইয়াৰ ফলত এচি ইউনিটটো পৰি যোৱাৰ আশংকা ৰোধ হয়।

Tags: #DelhiStudent

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025