• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংসদত কেনেদৰে গৃহীত হ’ব ‘এক দেশ এক নিৰ্বাচন’? বিজেপিৰ বাবে নিৰ্ণায়ক হ’ব ৬৯ গৰাকী সাংসদৰ ভোট!

Nation NE by Nation NE
September 19, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
সংসদত কেনেদৰে গৃহীত হ’ব ‘এক দেশ এক নিৰ্বাচন’? বিজেপিৰ বাবে নিৰ্ণায়ক হ’ব ৬৯ গৰাকী সাংসদৰ ভোট!
Share on FacebookShare on TwitterWhatsApp

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কমিটীৰ এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত অনুমোদন জনাইছে মোদী চৰকাৰে। বুধবাৰে এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত এতিয়া চৰকাৰে সংসদত বিধেয়কখন উত্থাপন কৰিব আৰু তাতেই হ’ব ইয়াৰ প্ৰকৃত পৰীক্ষা।

সংসদৰ উচ্চ সদনত অৰ্থাৎ ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাত চৰকাৰে কোনো অসুবিধাৰ সন্মুখীন নহ’ব যদিও লোকসভাৰ যুঁজখন কঠিন হ’ব বুলি অনুমান কৰা হৈছে। যেতিয়া নিম্ন সদনত বিধেয়কখনৰ ওপৰত ভোটদানৰ পাল আহিব তেতিয়া চৰকাৰক ৬৯জন সাংসদৰ প্ৰয়োজন হ’ব।

কোবিন্দ কমিটীয়ে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত মুঠ ৬২টা ৰাজনৈতিক দলৰ পৰা মতামত বিচাৰিছিল, ইয়াৰে ৪৭টা দলে উত্তৰ প্ৰেৰণ কৰাৰ বিপৰীতে ১৫টা দলে কোনো সঁহাৰি দিয়া নাছিল। ৪৭টা ৰাজনৈতিক দলৰ ভিতৰত ৩২টা দলে কোবিন্দ কমিটীৰ পৰামৰ্শক সমৰ্থন কৰাৰ বিপৰীতে ১৫টা দলে বিৰোধিতা কৰে।

কোবিন্দ কমিটীৰ পৰামৰ্শক সমৰ্থন কৰা ৩২টা দলৰ ভিতৰত অধিকাংশই বিজেপিৰ মিত্ৰ দল। পূৰ্বে মোদী চৰকাৰ দ্বিতীয় কাৰ্যকালক সমৰ্থন কৰা ওড়িষাৰ নবীন পাটনাইকৰ দল বিজেডিয়েও এতিয়া নিজৰ স্থিতি সলনি কৰিছে। একে সময়তে কমিটীৰ পৰামৰ্শৰ বিৰোধিতা কৰা ১৫টা দলৰ ভিতৰত কংগ্ৰেছ, এছ পি, আপৰ দৰে দলো আছে।

সংসদত সংখ্যাৰ খেল কি?

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ পিছত ২৭১জন সাংসদে কোবিন্দ সমিতিৰ পৰামৰ্শক সমৰ্থন কৰে। ইয়াৰে ২৪০ জন সাংসদ বিজেপিৰ। লোকসভাত এন ডি এৰ পৰিসংখ্যাৰ কথা ক’লে সেয়া হ’ল ২৯৩। যেতিয়া এই বিধেয়কখন লোকসভাত উত্থাপন হ’ব আৰু ভোটদানৰ পাল আহিব, তেতিয়া চৰকাৰক বিধেয়কখন গৃহীত কৰিবলৈ ৩৬২টা ভোট বা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব।

অৱশ্যে ভোটদানৰ সময়ত লোকসভাত সকলো সাংসদ উপস্থিত থাকিলেহে এই পৰিস্থিতিৰ উদ্ভৱ হ’ব। কিন্তু ভোটদানৰ সময়ত যদি লোকসভাত মাত্ৰ ৪৩৯জন সাংসদ (যদি ১০০জন সাংসদ উপস্থিত নাথাকে) উপস্থিত থাকে তেন্তে ২৯৩টা ভোটৰ প্ৰয়োজন হ’ব। এন ডি এৰ হাতত আছে এই সংখ্যা। কিন্তু ভোটদানৰ সময়ত বিৰোধী দলৰ সকলো সাংসদ লোকসভাত উপস্থিত থাকিলে সংবিধান সংশোধনী বিধেয়ক বিফল হ’ব।

ৰাজ্যসভাৰ কথা ক’বলৈ গ’লে ইয়াত পৰিস্থিতি চৰকাৰৰ সপক্ষে যেন লাগে। এন ডি এৰ আছে ১১৫ জন সাংসদ। ইয়াৰ লগত যদি আমি ৬ জন মনোনীত সাংসদ যোগ কৰো তেন্তে এই সংখ্যা ১২১ জন হৈ পৰে। ৰাজ্যসভাত ভোটদানৰ সময়ত যদি ২৫০ জন সদস্য উপস্থিত থাকে, তেন্তে সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হ’ব ১২৫ আৰু দুই তৃতীয়াংশ হ’ব ১৬৪। বৰ্তমান ৰাজ্যসভাত ২৩৪ জন সাংসদ আছে।

এনডিএৰ পক্ষত ২৭টা দল

পৰিসংখ্যা অনুসৰি, বিজেপি নেতৃত্বাধীন এন ডি এৰ ২৭টা দল এক দেশ এক নিৰ্বাচনৰ পক্ষত আছে। কেৱল ইয়াৰ বিৰোধিতাত আছে নগা পিপলছ ফ্ৰণ্ট। আনহাতে ইণ্ডিয়া মিত্ৰজোঁটৰ ১০টা দলে ইয়াৰ বিৰোধিতা কৰিছে।

একে সময়তে ১০টা দল আছে যিবোৰ এন ডি এৰ অংশও নহয় ইণ্ডিয়াৰ অংশও নহয়। ইয়াত ৬ টা দলে বিচাৰিছে যে এক দেশ এক নিৰ্বাচন হওক, আনহাতে ৪ টা দলে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে।

বিৰোধী দলৰ ভিতৰত কংগ্ৰেছ, আপ, বিএছপি, চিপিআইএম, ডিএমকে, টিএমচি, চিপিআই, এনপিএফ, এআইইউডিএফ, এআইএমআইএম, এমডিএমকে, ভিচিকে, চিপিআই (এম-এল), এছডিপি (আই)।

কোনবোৰ দল এক দেশ এক নিৰ্বাচনৰ পক্ষত?

এক দেশ এক নিৰ্বাচনৰ পক্ষত থকা দলসমূহ হ’ল বিজেপি, এ জে এছ ইউ, আপনা দল (সোনেলাল), অগপ, এলজেপি (আৰ), এনডিপিপি, এছকেএম, মিজো নেশ্যনেল ফ্ৰণ্ট, জেডিইউ, ইউপিপিএলএ, শিৱসেনা (শিন্দে ফৈদ), টিডিপি। বিজেপিৰ প্ৰাক্তন মিত্ৰ দল আকালি দল আৰু এআইএডিএমকেও এক দেশ এক নিৰ্বাচনত সমৰ্থন আগবঢ়াইছে।

কমিটীৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নিদিয়া দলসমূহৰ ভিতৰত আছে বি আৰ এছ, আই ইউ এম এল, নেচনেল কনফাৰেন্স, জে ডি এছ, জে এম এম, কেৰালা কংগ্ৰেছ (এম), এন চি পি (শাৰদ পাৱাৰ), আৰ জে ডি, আৰ এছ পি, ৱাই এছ আৰ চি পি, টি ডি পি, আৰ এল ডি, শিৰোমণি আকালি দল (হান), নেচনেল ডেম’ক্ৰেটিক পাৰ্টি, ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট।

Tags: LoksabhaModi GovtNarendra ModiOne Nation One ElectionRajya Sabha

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025