• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 3, 2026
27 °c
Guwahati
28 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দশম শ্ৰেণীৰ ছাত্ৰী মোহিনী গোস্বামীৰ বাবে প্ৰাণ ৰক্ষা পৰিল চাৰিজন যুৱকৰ

Nation NE by Nation NE
September 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দশম শ্ৰেণীৰ ছাত্ৰী মোহিনী গোস্বামীৰ বাবে প্ৰাণ ৰক্ষা পৰিল চাৰিজন যুৱকৰ
Share on FacebookShare on TwitterWhatsApp

মৃত্যু মুখৰ পৰা বাচিল চাৰিজন যুৱক। উত্তৰ প্ৰদেশৰ আগ্ৰাত গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত এটা ভয়ংকৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল চাৰিজন যুৱকৰ। মূৰ্তি বিসৰ্জনৰ সময়ত যমুনা নদীৰ গভীৰ পানীত ডুব যোৱা চাৰিজন যুৱকক এগৰাকী ১৮ বছৰীয়া ছাত্ৰীয়ে উদ্ধাৰ কৰা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে।

নিজৰ জীৱনৰ কথা নাভাবি দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী মোহিনী গোস্বামীয়ে যুৱক চাৰিজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ নদীত জাঁপ দিয়ে। মোহিনীয়ে সাহস দেখুৱাই এজন এজনকৈ চাৰিজন যুৱকৰ জীৱন ৰক্ষা কৰিলে।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

জানিব পৰা অনুসৰি, আগ্ৰাৰ বটেশ্বৰধামৰ যমুনা নদীৰ পাৰত হৈছিল গণেশ মূৰ্তিৰ বিসৰ্জন। এই সময়ছোৱাত কিছু মানুহ নদীত গা ধুবলৈ নামিছিল। দুজন যুৱক, আকাশ আৰু তেওঁৰ সতীৰ্থই গা ধুই থকা অৱস্থাত নদীৰ দ’ পানীত সোমাই পৰে।

আন দুজন যুৱকেও তেওঁলোকক বচাবলৈ নদীত নামি যায় যদিও তেওঁলোকো ডুব যাবলৈ ধৰে। ঘাটত থকা লোকসকলৰ মাজত এক অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হয়।

ঘাটত থকা লোকসকলে কি কৰিম কি নকৰিম বুলি ভাবি থকাৰ সময়তে নিজৰ সাহস দেখুৱাই মোহিনীয়ে যুৱক চাৰিজনক উদ্ধাৰ কৰিবলৈ নদীত জাঁপ দিয়ে।

মোহিনীয়ে নিজৰ সাঁতোৰ দক্ষতাক সাৰোগত কৰি এডাল ৰছীৰ সহায়ত এজন এজনকৈ চাৰিজন যুৱকক নিৰাপদ স্থানলৈ উলিয়াই আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ঘাটত পূজা সামগ্ৰী বিক্ৰী কৰা মোহিনীৰ জীৱন সংগ্ৰাম বহু ঘাট প্ৰতিঘাটেৰে ভৰা। পিতৃৰ অঁকাল মৃত্যুৰ পিছতে বটেশ্বৰ ধামত মাকৰ সৈতে থাকে আৰু ঘাটত পূজাৰ সামগ্ৰী বিক্ৰী কৰি নিজৰ লগতে পৰিয়ালক পোহপাল দি আছে।

মোহিনী সৰুৰে পৰা সাঁতোৰত আকৰ্ষিত আছিল, আৰু তাই নিজেই সাঁতোৰ শিকিছিল। এই দক্ষতাই আজি চাৰিজনৰ জীৱন ৰক্ষা কৰাত সহায় কৰিলে। মোহিনীৰ এই সাহসিকতাক সকলোৱে প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত তেওঁৰ সাহস আৰু সাঁতোৰ দক্ষতাৰ কথাও চৰ্চা হৈছে।

Tags: Uttar PradeshYamuna River

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 3, 2026
মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ

নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025