• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি

Nation NE by Nation NE
September 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোকে অন্ধ্ৰপ্ৰদেশস্থিত তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে। পিছে কিছুদিন পূৰ্বে তিৰুপতি মন্দিৰত হোৱা এক ঘটনাই সকলো ভক্তৰ অন্তৰত আঘাত সানে। তিৰুপতিৰ প্ৰসাদত নিষিদ্ধ মাংসৰ চৰ্বি আৰু তেলৰ উপস্থিতি পোৱা গৈছিল। যিয়ে সকলোকে আচৰিত কৰি তুলিছিল।

এই ঘটনা সন্দৰ্ভত বৰ্তমান এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। চলিত বিতৰ্কৰ মাজতেই মন্দিৰটো শুদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শুদ্ধিৰ বাবে মন্দিৰত বিভিন্ন ৰীতি-নীতি পালন কৰা হৈছে।

মন্দিৰটো পঞ্চগৱ্যৰ সৈতে বিশুদ্ধ কৰা হৈছে। এই ৰীতি-নীতি তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্তৰ বাবে আৰম্ভ কৰা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে মন্দিৰ প্ৰাংগন প্ৰায়শ্চিত্ত কৰাৰ লগতে ইয়াত পৱিত্ৰতা বজাই ৰখা।

এই অনুষ্ঠানৰ বাবে মহাশান্তি যজ্ঞৰ আয়োজন কৰা হৈছে। শুদ্ধিৰ ৰীতি পঞ্চগৱ্য অৰ্থাৎ তিৰুপতি মন্দিৰটো ৫ বিধ পৱিত্ৰ বস্তুৰে বিশুদ্ধ কৰা হৈছে। এই পঞ্চগৱ্যত গৰুৰ গাখীৰ, দৈ, ঘিউ, প্ৰস্ৰাৱ আৰু গোবৰ অন্তৰ্ভুক্ত হৈ থাকে। প্ৰাংগন বিশুদ্ধ কৰাৰ পাছতেই লাড্ডু পোটু অৰ্থাৎ লাড্ডু মেকিং কিচেন আৰু অন্নপ্ৰসাদম পোটু অৰ্থাৎ প্ৰসাদ নিৰ্মাণ ৰন্ধনশালাত বিশুদ্ধকৰণ কৰা হ’ব।

এই বিশুদ্ধকৰণৰ সময়ত, ১১ জন বিশেষ লোক উপস্থিত থাকিব। পঞ্চগৱ্যৰে সমগ্ৰ তিৰুমালা মন্দিৰ চৌহদটো শুদ্ধ কৰাৰ ক্ষেত্ৰত ৮ গৰাকী পুৰোহিত আৰু ৩ গৰাকী আগমা উপদেষ্টা জড়িত থাকিব। এই অনুষ্ঠানটো  পুৱা ৬.০০ বজাত আৰম্ভ হৈ আৰু পুৱা ১০.০০ বজালৈকে চলিব। তিৰুপতি তিৰুমালা লাড্ডু বিতৰ্কৰ পিছতেই এই পদক্ষেপ লোৱা হৈছে।

শেহতীয়াকৈ, তিৰুপতি মন্দিৰৰ নৈবেদ্য প্ৰস্তুত কৰাত ব্যৱহৃত ঘিউত নিষিদ্ধ মাংসৰ চৰ্বি আৰু তেলৰ উপস্থিতি পোৱা গৈছিল, যাক লৈ মহন্ত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পৰা আদি কৰি বহুলোকে ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল আৰু ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিজেও এই বিষয়টো সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছিল আৰু কৈছিল যে কোটি কোটি ভক্তৰ অনুভূতি, পৰম্পৰা আৰু ধৰ্মীয় আচৰণৰ সৈতে খেলাটো উচিত হোৱা নাই। এইসন্দৰ্ভত চৰকাৰে SIT গঠন কৰিছে, দোষী সাৱ্যস্ত হোৱা কৰ্মচাৰীসকলক ব্লেকলিষ্ট কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জানিবলৈ দিছে।

Tags: Andhra PoliceAndhra PradeshBalaji Temple

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025