• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ ১৫০০ বছৰ পুৰণি সুৰা কাৰখানাৰ কাহিনী, যি পৃথিৱীৰ বহুতো দেশতেই আছিল জনপ্ৰিয়

Nation NE by Nation NE
October 4, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ১৫০০ বছৰ পুৰণি সুৰা কাৰখানাৰ কাহিনী, যি পৃথিৱীৰ বহুতো দেশতেই আছিল জনপ্ৰিয়
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ ইহুদীসকলে সুৰা পান কৰাৰ এক আকৰ্ষণীয় ইতিহাস আছে। ১৫০০ বছৰ পূৰ্বে, ইয়াত সুৰা প্ৰস্তুত কৰা হৈছিল আৰু আন দেশসমূহলৈ ইয়াক যোগান ধৰা হৈছিল।

ইজৰাইলে অস্ত্ৰ, হীৰা আৰু প্ৰযুক্তিৰ পৰা ধন উপাৰ্জন কৰে, কিন্তু ১৫০০ বছৰ পূৰ্বে এটা সময় আছিল, যেতিয়া সুৰাই ইয়াৰ অৰ্থনীতি দ্ৰুত কৰি তুলিছিল। বিজ্ঞানীসকলে ইজৰাইলত কৰা এক গৱেষণাত এই কথা প্ৰকাশ কৰিছিল।

২০২১ চনত ইজৰাইলত ১৫০০ বছৰ পুৰণি এটা সুৰাৰ কাৰখানা আৱিষ্কাৰ কৰা হৈছিল। ইজৰাইলৰ এণ্টিকুইটিজ অথৰিটিয়ে কৈছে যে, ইয়াত আৱিষ্কৃত ব্ৰুৱেৰী এটাত ২ মিলিয়ন লিটাৰ ৱাইন উৎপাদন কৰাৰ ক্ষমতা আছে। যিটো এটা সময়ত এক ডাঙৰ কাৰখানা আছিল। ইয়াৰ পৰা ভূ মধ্যসাগৰীয় অঞ্চললৈ সুৰা ৰপ্তানি কৰা হৈছিল।

এই সুৰাৰ কাৰখানাটো আৱিষ্কাৰ কৰা পুৰাতত্ত্ববিদসকলৰ মতে, ইয়াক খনন কৰিবলৈ প্ৰায় দুবছৰ সময় লাগিছিল। ৭৫,০০০ বৰ্গফুট স্থানত পোৱা এটা সুৰা কাৰখানাৰ অৱশিষ্টবোৰে দেখুৱায় যে ইয়াত সুৰা সংৰক্ষণ কৰিবলৈ ডাঙৰ মৃৎশিল্প ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পৰা ভূমধ্যসাগৰীয় অঞ্চললৈ সুৰা ৰপ্তানি কৰা হৈছিল।

ইজৰাইল এণ্টিকুইটিজ অথৰিটিৰ এজন পুৰাতত্ত্ববিদে এইদৰে কয় যে, ইয়াত সুৰাৰ উৎপাদন দেখি তেওঁলোক যথেষ্ট আচৰিত হৈছিল। ব্যৱসায়ৰ বাবে ইয়াত বৃহৎ পৰিমাণৰ সুৰা তৈয়াৰ কৰা হৈছিল। সেই সময়ছোৱাত যান্ত্ৰিক সঁজুলিৰ অভাৱৰ বাবে, ইয়াক প্ৰস্তুত কৰাৰ সমগ্ৰ কাম হাতেৰে কৰা হৈছিল।

আঙুৰৰ বীজৰ পৰা ডিএনএ পৰীক্ষা

গৱেষকসকলৰ মতে, খননৰ সময়ত পোৱা আঙুৰৰ বীজৰ ডিএনএ পৰীক্ষা কৰা হৈছিল। অনুসন্ধানৰ জৰিয়তে, ৱাইনৰীত কেনে ধৰণৰ আঙুৰ ব্যৱহাৰ কৰা হৈছিল জানিবলৈ চেষ্টা কৰা হৈছিল। গৱেষকসকলে লগতে দাবী কৰে যে, ইয়াত প্ৰস্তুত কৰা সুৰা বৰফৰ দৰে বগা আছিল, ইয়াৰ পৰা প্ৰস্তুত কৰা সুৰা ভূমধ্য সাগৰৰ চাৰিওফালৰ দেশ যেনে- ইজিপ্ত, তুৰস্ক আৰু গ্ৰীচত বিক্ৰী কৰা হৈছিল।

Tags: AlcoholIsraelWine

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025