• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
October 17, 2024
in Top News, অসম
0 0
ৰাশিফল অনুসৰি জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ-কামত সাৱধান হওক। ৰাজনৈতিক কৰ্মৰ পৰা নিজকে আজি আঁতৰাই ৰাখক। ব্যৱসায়ত লাভবান হ’ব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা

বৃষ-  ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব। ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক উন্নত হ’ব।নতুন কাম আৰম্ভ কৰাৰ বাবে আজি উত্তম সময়।শুভ নম্বৰ-৩, শুভ ৰং-সোণালী

মিথুন-কামত সকলোৰে সহযোগীতা লাভ কৰিব। শুভ সংবাদে আপোনাক আনন্দিত কৰি তুলিব।ভ্ৰমণৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-হালধীয়া

কৰ্কট-বিদ্যাৰ্থীৰ শুভ। ৰাজনীতি আৰু বিদ্যাত শুভ। মনোবল বৃদ্ধি পাব। শুভ নম্বৰ-৩, শুভ ৰং-বগা আৰু সুমথিৰা

সিংহ-শৰীৰ আৰু মন ভালে থাকিব। পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। মানসিক শান্তিয়ে বিৰাজ কৰিব। শুভ নম্বৰ-৪, শুভ ৰং-ৰঙা

কন্যা-কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। বৈবাহিক দিশত শুভফল লাভ কৰিব। শুভ নম্বৰ-২, শুভ ৰং-হালধীয়া আৰু নীলা

তুলা- স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। কৰ্মস্থানত শুভ।শুভ নম্বৰ-৩, শুভ ৰং-ৰঙা

বৃশ্চিক-নতুন ব্যৱসায় আৰম্ভ হ’ব। ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে শুভ দিন। আৰ্থিক সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ-৭, শুভ ৰং-সেউজীয়া

ধনু-শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময়। ভাল খবৰে আপোনাৰ আনন্দিত কৰি তুলিব। প্ৰেমত শুভ। শুভ নম্বৰ-১, শুভ ৰং-বগা

মকৰ-চৰকাৰী কামত সফলতা লাভ কৰিব। ৰাজনৈতিক দিশত শুভ।ব্যৱসায়ত উন্নতিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-নীলা

কুম্ভ-পৰোপকাৰি কামে আপোনাক আনন্দিত কৰি তুলিব। ব্যৱসায়িক কামত সফলতা লাভ কৰিব। আৰ্থিক সমস্যা আঁতৰ হ’ব।শুভ নম্বৰ-৬, শুভ ৰং-মটিয়া

মীন-নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে। আৰ্থিক সমস্যা দূৰ হ’ব। শুভ নম্বৰ-২, শুভ ৰং-গুলপীয়া

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025