• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 8, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি কাতি বিহু! খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া

Nation NE by Nation NE
October 17, 2024
in Top News, অসম
0 0
আজি কাতি বিহু! খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া
Share on FacebookShare on TwitterWhatsApp

তুলসীৰ তলে তলে মৃগ পহু চৰে।

তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে৷।

আজি কাতি বিহু৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুৰ অন্যতম বিহু কাতি বিহু৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা  কাতি বিহুত ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। আজিৰ দিনটোত তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হয় অসমৰ প্ৰতিটো প্ৰান্ত। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰে। কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই কৃষকসকলে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। আকাশ বন্তিৰ পোহৰে উজ্বলি উঠে অসমীয়াৰ পদূলি৷

চহা জীৱনৰ সৈতে সংপৃক্ত হৈ থকা অসমীয়া সমাজে পৰম্পৰা ৰক্ষা কৰি কাতি বিহু পালন কৰি আহিছে৷ ভোগালী আৰু ৰঙালী বিহুতকৈ কাতি বিহুৰ তাৎপৰ্য কিছু পৰিমাণে সুকীয়া৷ কৃষিজীৱী অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগ কাতি বিহু৷ কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম আৰু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়৷

এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালিধান চপাবলৈ যথেষ্ট সময় থাকে৷ অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়৷

কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায় প্ৰতিজন অসমীয়াই। উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য  অবিহনে পালন কৰে এই বিহু। অসমীয়া ৰাইজে ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত এই বিহু পালন কৰি আহিছে।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে নাম-কীৰ্তন পৰিৱেশন কৰে৷  এই দিনটোত চোতালৰ আগৰ ভঁৰালৰ কাষত বনোৱা হয় তুলসী-ভেটি। এটি সুন্দৰ তুলসী পুলি ৰুই তাৰ গুৰিত ঘৰৰ চোতালৰ চৌপাশ থকা খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলোৱাৰ উপৰি মাহ–প্ৰসাদ আগবঢ়ায়। তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ–ছাগলীৰ গঁৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে।ঠায়ে ঠায়ে আকাশ বন্তিও জ্বলোৱা হয়৷

শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ। কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰি আহিছে।

ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়৷ শ্যামল পথাৰখনত সোণগুটিৰ থোক পেলোৱাৰ আনন্দই কৃষকৰ মুখলৈ লৈ আহে হাঁহি আৰু আশাৰ বতৰা৷

শ্যামল পথাৰখনে কঢ়িয়াই আনে নান্দনিক দৃশ্য৷ এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়৷ শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ।

কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰি আহিছে।কাতি বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো কাতি বিহুৰ আয়োজন কৰা হৈছে৷

Tags: #AssamBihuFestival

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?
Top News

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

February 7, 2026
ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…
Top News

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

February 6, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025