• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উৎসৱৰ সময়ত ছালত ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, তৰাৰ দৰে জিলিকি উঠিব আপোনাৰ মুখমণ্ডল

Nation NE by Nation NE
October 20, 2024
in Top News, বিনোদন
0 0
উৎসৱৰ সময়ত ছালত ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, তৰাৰ দৰে জিলিকি উঠিব আপোনাৰ মুখমণ্ডল
Share on FacebookShare on TwitterWhatsApp

বিশৃংখলিত জীৱনশৈলীয়ে কেৱল আমাৰ স্বাস্থ্যই নহয়, ছালৰ ওপৰতো প্ৰভাৱ পেলায়। ইয়াৰ বাবেই ছালত পিম্পল, বলিৰেখা আৰু ক’লা দাগে দেখা দিবলৈ আৰম্ভ কৰে, যিয়ে আমাৰ সৌন্দৰ্য্যক ম্নান কৰিবলৈ আৰম্ভ কৰে। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সকলোৱে ফেচ ছিৰাম ব্যৱহাৰ কৰিব পাৰে।

আপুনি যিমানেই আপোনাৰ ছালৰ যত্ন ল’ব সিমানেই আপোনাৰ ছালখন জিলিকি উঠিব। আমাৰ ব্যস্ত জীৱনত নিজৰ ছালখনৰ যত্ন ল’বলৈ পাহৰি যাওঁ। এনে পৰিস্থিতিত মুখমণ্ডলত পিগমেণ্টেশ্বন আৰু একনি-পিম্পল হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও সূৰ্যৰ UV ৰশ্মিৰ ফলত ছালৰ অৱস্থা অতি বেয়া হৈ যায়। ইয়াৰ পৰা হাত সাৰিবলৈ ছালৰ বিশেষজ্ঞসকলে ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে।

কিন্তু আপুনি জানেনে যে ফেচ ছিৰামো ছালৰ বাবে অতি গুৰুত্বপূৰ্ণ। ফেচ ছিৰামে ছালত হাইড্ৰেচন প্ৰদান কৰে, যাৰ ফলত ছালত আৰ্দ্ৰতা বৰ্তি থাকে। উৎসৱৰ বতৰত সকলোৱে বিচাৰে যে, তেওঁলোকৰ ছালখন একনি মুক্ত হোৱাৰ লগতে আৰু মুখখন জিলিকি থাকক।কিছুমান ফেচ ছিৰামৰ বিষয়ে জানো আহক, যিবোৰ আমি ছালৰ যত্নৰ ৰুটিনৰ এক অংশ হিচাপে অন্তৰ্ভূক্ত কৰিব পাৰো।

Aeroveda Skin Brightening Serum

গৰ্ভাৱস্থাত শৰীৰত বহুতো হৰম’নৰ পৰিৱৰ্তন দেখা যায়। ছালত ইয়াৰ প্ৰভাৱো দেখা যায়। এনে পৰিস্থিতিত আমি ছালৰ যত্নৰ ৰুটিনত Aeroveda Skin Brightening Serum অন্তৰ্ভুক্ত কৰিব পাৰে। সহ-প্ৰতিষ্ঠাপক তৰু ময়ুৰে কয় যে, গৰ্ভাৱস্থাৰ সময়ত ছালৰ বাবে চিন্তিত মহিলাসকলৰ বাবে এই ছিৰাম এক নিখুঁত বিকল্প। যিসকল মহিলাই ক’লা দাগত অসুবিধা পায়, তেওঁলোকে Aeroveda Skin Serum ব্যৱহাৰ কৰিব পাৰে। ৯৮৯ টকাত অনলাইনত এই ছিৰাম পোৱা যায়।

Dark Spot Clearing Turmeric Face Serum

আজিকালি ক’লা দাগৰ সমস্যা সাধাৰণ হৈ পৰিছে। ছালৰ লগত জড়িত এই সমস্যাই সকলোকে অশান্তি দিয়ে। এনে পৰিস্থিতিত হিমালয়াৰ Dark Spot Clearing Turmeric Face Serum প্ৰয়োগ কৰিব পাৰে। ইয়াত থকা হালধীয়ে ছালত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে, যাৰ ফলত ছালৰ ক’লা দাগ কমি যায়। ইয়াৰ উপৰিও ইয়াত নিয়াচিনামাইড আৰু গ্লাইক’লিক এচিড থাকে, যাৰ ফলত ছালখন জিলিকি উঠে। এই ছিৰাম ৪৯৯ টকাত উপলব্ধ।

Kumkumadi Face Oil

ডাস্কি ইণ্ডিয়াৰ Kumkumadi Face Oil য়ে মুখৰ টেনিং আৰু পিগমেণ্টেচন আঁতৰোৱাত অতি উপকাৰী। ইয়াত কুমকুমাদি তেল, কেশৰ তেল আৰু মেণ্ডেৰিন অৰেঞ্জ এসেন্সিয়েল তেল থাকে। এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক। ৪৫৫ টকাত এই তেল পোৱা যাব।

Tags: Face oilLifestyleserumskin

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025