• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 27, 2026
25 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নতুন পদক্ষেপ,বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ হ’ব তদন্ত

Nation NE by Nation NE
October 31, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত তুঘলকী আদেশ, আজানৰ সময়ত উপাসনা কৰিব নোৱাৰিব হিন্দুৱে
Share on FacebookShare on TwitterWhatsApp

ভাৰতে আৰম্ভণিৰে পৰাই বাংলাদেশী হিন্দুৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে। বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু পৰৱৰ্তী অশান্তিৰ ফলত হিন্দুসহ প্ৰায় ৬০০ লোকৰ মৃত্যু হৈছে।

আগষ্ট মাহত বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদত বাংলাদেশী হিন্দুসহ প্ৰায় ৬০০ লোকে প্ৰাণ হেৰুৱাইছে।ভাৰতে আৰম্ভণিৰে পৰাই বাংলাদেশী হিন্দুৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে। এতিয়া ৰাষ্ট্ৰসংঘইও এই হিংসাত নিহত সংখ্যালঘুসকলৰ তদন্ত আৰু সুৰক্ষাৰ বাবে অনুৰোধ জনাইছে।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ পূৰ্বে আৰু পতনৰ পিছত সংঘটিত হোৱা সকলো হত্যাকাণ্ড আৰু অন্যান্য অধিকাৰ উলংঘাৰ সম্যক তদন্তৰ বাবে বুধবাৰে ৰাষ্ট্ৰসংঘৰ এজন শীৰ্ষ মানৱ অধিকাৰ বিষয়াই আবেদন জনায়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ টাৰ্কে তদন্তৰ আহ্বান জনাই কয় যে, এই তদন্তটো সৰ্বাংগীন দৃষ্টিভংগী আগবঢ়াই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ, য’ত শ্ৰেণী, লিংগ, জাতি, ৰাজনৈতিক মতাদৰ্শ, পৰিচয় বা ধৰ্ম নিৰ্বিশেষে প্ৰতিটো বিষয়েই অন্তৰ্ভূক্ত কৰা হয়।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কে বুধবাৰে দুদিনীয়া বাংলাদেশ ভ্ৰমণ সম্পূৰ্ণ কৰে। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰখনে দেশত শৃংখলা স্থাপনৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত তেওঁৰ এই ভ্ৰমণ সম্পূৰ্ণ কৰে।

হিংসাত্মক ঘটনাত সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্তৰ বাবে ইউনুছ চৰকাৰে আনুষ্ঠানিক অনুৰোধ জনোৱাৰ পূৰ্বেই ৰাষ্ট্ৰসংঘই বাংলাদেশলৈ তথ্য বিচাৰি উলিওৱা এটা দল প্ৰেৰণ কৰিছে।

হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে, যাৰ বিৰুদ্ধে ভাৰতকে ধৰি বহু মানৱ অধিকাৰ সংগঠনে মাত মাতিছে। বাংলাদেশত চলি থকা হিংসাৰ বিৰুদ্ধে আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ হিন্দু। দেশখনৰ সংখ্যালঘু গোটসমূহৰ ওপৰত আক্ৰমণৰ অভিযোগৰ পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তুৰ্কীয়ে।

Tags: BangladeshSheikh HasinaWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

March 27, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ
Top News

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

March 26, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’
Top News

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

March 26, 2026
ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025