• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ বৰ লাজ পাও : ড০ নগেন শইকীয়া

Nation NE by Nation NE
November 8, 2024
in Top News, অসম
0 0
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ বৰ লাজ পাও : ড০ নগেন শইকীয়া
Share on FacebookShare on TwitterWhatsApp

অসম সাহিত্য সভা। অসমীয়া স্বাভিমানৰ এক জাতীয় অনুষ্ঠান। অসমীয়া ভাষাৰ উত্তৰণৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰখনক শক্তিশালী কৰা স্বনামধন্য ব্যক্তিয়ে এই জাতীয় অনুষ্ঠানটোৰ সভাপতিৰ পদ অলংকৃত কৰি আহিছে।

কিন্তু শেহতীয়াকৈ সাহিত্য সভাৰ কাম-কাজ তথা একাংশ অসাহিত্যিকৰ কৰ্মকাণ্ডৰ বাবে ৰাজ্যজুৰি তীব্ৰ বিতৰ্ক তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিষয়বাবক লৈ আৰম্ভ হোৱা খোৱা কামোৰা ৰাজনীতিয়ে সাহিত্য সভাৰ দৰে পৱিত্ৰ জাতীয় অনুষ্ঠানক কলংকিত কৰা সন্দৰ্ভত এইবাৰ মত ব্যক্ত কৰিছে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই।

দুবছৰৰ মূৰত নিৰ্বাচন আহিলেই বিতৰ্কৰ সূত্ৰপাত ঘটা অসম সাহিত্য সভা সন্দৰ্ভত নগেন শইকীয়াই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘সভাপতি পদৰ বাবে এতিয়া যিবোৰ মানুহৰ নাম ওলাইছে দেখি শুনি এনে লাগিছে যেন সেইখন সাহিত্য সভা হৈ থকা নাই। মই সেইকাৰণে আজিকালি মোৰ নামৰ আগত কোনোবাই প্ৰাক্তন সভাপতি বুলি ক’লে বৰ লাজ পাও। মোক সাহিত্য সভাৰ মানুহ বুলি ক’লে মোৰ গাত চেকা লাগে।’

‘সাহিত্য সভাক যদি সম্পূৰ্ণৰূপে সলনি নকৰে তেন্তে সাহিত্য সভা সাহিত্য সভা হৈ নাথাকে। সভাপতি হ’বৰ বাবে এজন প্ৰকৃত সাহিত্যিক হ’ব লাগে। অসাহিত্যিক এজন সাহিত্য সভাৰ সভাপতি হ’লে সেইখন সাহিত্য সভা হৈ নাথাকে। সাহিত্য সভাৰ এই অৱস্থাটো দেখি মই বৰ দুঃখিত’, এইদৰে অসন্তুষ্টি প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।

উল্লেখ্য যে, নিৰ্বাচন অহাৰ লগে লগে একাংশ অসাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ উঠিপৰি লগা পৰিলক্ষিত হয়।

Tags: Asam Sahitya SabhaNagen Saikia

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025