• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 29, 2026
22 °c
Guwahati
23 ° Mon
24 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্প জয়ী হোৱাৰ লগে লগেই কানাডাত হাই এলাৰ্ট! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

Nation NE by Nation NE
November 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ বিজয়ত দুখী ইউৰোপৰ কেইবাখনো দেশ; কি হ’ব আমেৰিকাৰ স্থিতি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়ৰ পিছতেই বৃদ্ধি পাইছে কানাডাত উত্তেজনা। ঘোষণা কৰা হৈছে হাই এলাৰ্ট। দৰাচলতে ট্ৰাম্পৰ জয়ৰ লগে লগে আমেৰিকাৰ পৰা বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰী অহাৰ আশংকা কৰিছে কানাডাৱাসীয়ে।

কানাডাৰ বিষয়াসকলে কয় যে, এই সন্দৰ্ভত তেওঁলোক যথেষ্ট সতৰ্ক হৈ আছে। অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে। প্ৰায় ৯ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যত বিস্তৃত আমেৰিকা-কানাডা সীমান্তত কেমেৰা, চেন্সৰ আৰু ড্ৰ’নৰ সহায়ত নিৰীক্ষণ কৰা হৈছে।

এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কানাডাৰ ডেপুটি প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে তেওঁৰ বিষয়াসকলৰ সৈতে মাৰাথন বৈঠক অনুষ্ঠিত কৰিছে।

প্ৰশ্ন উত্থাপন হয় যে আমেৰিকা-কানাডা সীমান্তত নিৰাপত্তা ইমান কটকটীয়া কৰাৰ কাৰণ কি?

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীক অধিক আক্ৰমণ কৰিছিল। তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীক ‘দেশৰ তেজ বিষাক্ত কৰা’ বুলি অভিহিত কৰিছে। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে বিজয়ৰ পিছত তেওঁ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গণ বিতাড়নৰ কথা ঘোষণা কৰিব। আনকি তেওঁৰ প্ৰথম কাৰ্যকালত (২০১৭ চনৰ পৰা ২০২১ চনলৈ) ১০ হাজাৰতকৈ অধিক অবৈধ অনুপ্ৰৱেশকাৰীয়ে কানাডালৈ পলায়ন কৰিবলগীয়া হৈছিল।

ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ মুখপাত্ৰ চাৰ্জেণ্ট চাৰ্লছ প’ইৰিয়ে এ এফ পিক কয় যে, তেওঁলোক যথেষ্ট সতৰ্ক হৈ আছে। কিয়নো তেওঁলোকে আশংকা কৰিছে যে, অনুপ্ৰৱেশকাৰীৰ ওপৰত ট্ৰাম্পৰ স্থিতিৰ ফলত কানাডালৈ অবৈধ প্ৰব্ৰজনৰ ধাৰা বৃদ্ধি পাব পাৰে।

একে সময়তে উপ-প্ৰধানমন্ত্ৰী ফ্ৰীলেণ্ডে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পিছত কয় যে, এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সাজু। একে সময়তে কানাডাত স্থায়ী বাসস্থানৰ বাবে আবেদন পত্ৰ সম্পূৰ্ণ কৰিবলৈ ১ বছৰ আৰু আশ্ৰয়ৰ অনুমোদন লাভ কৰিবলৈ ৪৪ মাহ সময় লোৱাৰ সম্ভাৱনা আছে।

Tags: AmericaCanadaPresident

Related Posts

‘নো কিংছ’ আন্দোলনৰে কঁপি উঠিল আমেৰিকা! ইৰাণৰ সৈতে যুদ্ধৰ বাবে খঙত গৰজিল জনতা, শাসনভাৰ হেৰুৱাব নেকি ট্ৰাম্পে?
Top News

March 29, 2026
‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ
Top News

‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

March 29, 2026
এলুমিনিয়াম বাহৰেইনক লক্ষ্য কৰি আক্ৰমণ ইৰাণৰ,  ২ জন লোক আহত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

March 29, 2026

শীৰ্ষ সংবাদ

‘নো কিংছ’ আন্দোলনৰে কঁপি উঠিল আমেৰিকা! ইৰাণৰ সৈতে যুদ্ধৰ বাবে খঙত গৰজিল জনতা, শাসনভাৰ হেৰুৱাব নেকি ট্ৰাম্পে?

‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

এলুমিনিয়াম বাহৰেইনক লক্ষ্য কৰি আক্ৰমণ ইৰাণৰ, ২ জন লোক আহত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025