• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 27, 2026
25 °c
Guwahati
21 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“শত্ৰুৰ আৰু নিস্তাৰ নাই”-নেতানিয়াহুৰ গৃহত আক্ৰমণ, হিজবুল্লাহৰ লক্ষ্যত ইজৰাইল!

Nation NE by Nation NE
November 17, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
“শত্ৰুৰ আৰু নিস্তাৰ নাই”-নেতানিয়াহুৰ গৃহত আক্ৰমণ, হিজবুল্লাহৰ লক্ষ্যত ইজৰাইল!
Share on FacebookShare on TwitterWhatsApp

হিজবুল্লাহে অহৰহ লক্ষ্য কৰি লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহত অবিৰত আক্ৰমণৰ বাবে বৃদ্ধি পাইছে ইজৰাইলৰ উদ্বেগ। কেছাৰিয়াত তেওঁৰ ঘৰত আন এক আক্ৰমণ সংঘটিত হৈছে। তেওঁৰ কেম্পাছত দুটা ফ্লেয়াৰ নিক্ষেপ কৰা হয়। বিগত মাহতো তেওঁৰ গৃহত ড্ৰ’ন আক্ৰমণ হৈছিল।

তথ্য অনুসৰি, আক্ৰমণৰ সময়ত নেতানিয়াহু ঘৰত নাছিল। আৰক্ষী আৰু চোৰাংচোৱা সংস্থা শ্বিন বেটে ইয়াৰ তদন্ত আৰম্ভ কৰিছে। নেতানিয়াহুৰ ঘৰত অবিৰত আক্ৰমণৰ বাবে ইজৰাইলৰ উদ্বেগ বৃদ্ধি পাইছে।

বিবৃতিটোত কোৱা হৈছে যে, ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল। ইতিমধ্যে এই বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে। এইটো এটা গুৰুতৰ বিষয়। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে এই ঘটনাক গৰিহণা দি ৰাজহুৱা ক্ষেত্ৰত হিংসা বৃদ্ধিৰ বিৰুদ্ধে সকীয়াই দিয়ে। এই বিষয়ত শীঘ্ৰে তদন্তৰ প্ৰয়োজন  বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। দোষীৰ বিৰুদ্ধে অতি সোনকালে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে।

বৰ্তমানলৈকে এই আক্ৰমণৰ আঁৰত কোন আছিল, সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। যোৱা ১৯ অক্টোবৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহতো ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। অৱশ্যে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে এই আক্ৰমণৰ দাবী কৰিছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে হিজবুল্লাহৰ বিৰুদ্ধে তেওঁ আৰু তেওঁৰ পত্নীক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

দৰাচলতে, ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলে লেবাননত হিজবুল্লাহক লক্ষ্য কৰি বোমা বিস্ফোৰণ বৃদ্ধি কৰি আহিছে। ইজৰাইলৰ সেনাই ধাৰাবাহিকভাৱে হিজবুল্লাহৰ ঘাটি ধ্বংস কৰি আহিছে। ইজৰাইলৰ সেনাই এতিয়া কেৱল লেবাননক আতংকিত কৰাই নহয় ছিৰিয়াতো ব্যাপক আক্ৰমণ চলাইছে। ইজৰাইল সেনাই লেবাননৰ সৈতে ছিৰিয়াৰ সীমান্তত ব্যাপক আক্ৰমণ চলাই দলং আৰু পথ ধ্বংস কৰিছে।

এইবোৰ দলং আৰু পথৰ মাজেৰে হিজবুল্লাহক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা হৈছিল। আইডিএফে লক্ষ্য কৰি লোৱা একেটা অট্টালিকাকে ইজৰাইলৰ আক্ৰমণত ধ্বংস কৰা হৈছে। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই এনেদৰে আৱাসিক এলেকাত আঘাত কৰে আৰু সমগ্ৰ অট্টালিকাটো মাটিত ভাঙি পেলোৱা হয়। হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত হিজবুল্লাহ পূৰ্বতকৈ অধিক আক্ৰমণাত্মক হৈ পৰিছে। ইজৰাইলকো অহৰহ লক্ষ্য কৰি লৈছে।

Tags: HezbollahLebanonWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

March 27, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ
Top News

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

March 26, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’
Top News

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

March 26, 2026
ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025