• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত; তিৱা যুৱ ছাত্ৰ পৰিষদৰ ঘোষণা

Nation NE by Nation NE
November 18, 2024
in Top News, অসম
0 0
মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত; তিৱা যুৱ ছাত্ৰ পৰিষদৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

কাইলৈ আহ্বান জনোৱা মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত ৰাখিছে তিৱা যুৱ ছাত্ৰ পৰিষদে। আজি এখন সংবাদমেলৰ আয়োজন কৰি তিৱা যুৱ ছাত্ৰ পৰিষদে মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত ৰখাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালোঙৰ নেতৃত্বত তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদকে ধৰি পাঁচটা তিৱা জাতীয় সংগঠনে কাইলৈ পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহ্বান জনাইছিল।

আজি তিৱা যুৱ ছাত্ৰ পৰিষদৰ নেতা কৃষ্ণ কোঁৱৰে সংবাদমেলত কয় যে সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালোঙৰ নেতৃত্বত তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদৰ যৌথ উদ্যোগত কেইবাটাও দাবীৰ সমৰ্থনত কাইলৈ মধ্য অসম বন্ধৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু বিশেষ কাৰণত তিৱা যুৱ ছাত্ৰ পৰিষদৰ জৰুৰী সভা আহ্বান কৰি কাইলৈৰ বন্ধটো আমি সাময়িকভাৱে স্থগিত ৰাখিছো।

এয়া তিৱা যুৱ ছাত্ৰ পৰিষদৰ নিজাববীয়া সিদ্ধান্ত বুলি সংবাদমেলত সদৰী কৰে তিৱা যুৱ ছাত্ৰ পৰিষদৰ নেতা কৃষ্ণ কোঁৱৰে।

ইপিনে, এই সন্দৰ্ভত সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মছৰঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সদৌ তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে আৰু আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে আমি ঘোষণা কৰি থৈছো। কিন্তু আমি সদৌ তিৱা ছাত্ৰ সন্থাই আমি কোনো বন্ধ ঘোষণা কৰা নাই। এচাম ধুৰন্ধৰ প্ৰকৃতিৰ তিনি-চাৰিজন যুৱকে লগ হৈ তিৱা ছাত্ৰ সন্থাৰ নাম কলংকিত, তিৱা জাতিৰ নাম কলংকিত কৰিছে, তিৱা জাতিৰ লোকে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। কাইলৈ সদৌ তিৱা ছাত্ৰ সন্থাই বন্ধৰ দৰে চৰম পন্থা ঘোষণা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰনেতাজনে।

সদৌ তিৱা ছাত্ৰ সন্থাই তিৱা জাতিক লৈ হেতালি নেখেলিবলৈ তিৱা যুৱ ছাত্ৰ পৰিষদক সকীয়াই দিয়াৰ লগতে তিৱা জাতিক লৈ কৰা ভেঙুচালি সদৌ তিৱা ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে বুলি কয়। আগন্তুক দিনত ইয়াৰ প্ৰত্যুত্তৰ সেইসকল দুষ্ট প্ৰকৃতিৰ লোকক তিৱা জাতিৰ ৰাইজে দিব বুলি সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে মন্তব্য কৰে।

সদৌ তিৱা ছাত্ৰ সন্থাৰ নাম লৈ চেনিৰাম মালোঙে এনেধৰণৰ কাৰ্যকলাপ কৰাত সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰঙে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু আগলৈ এনেধৰণৰ কাৰ্যকলাপৰ পৰা তেওঁক বিৰত থাকিবলৈ সকীয়াই দিয়ে।

Tags: Middle AssamTiwa

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025