• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 3, 2025
29 °c
Guwahati
28 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    চিকিৎসালয়ৰ কৰ্মচাৰীৰ ভুল চিকিৎসাৰ অভিযোগ! আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ কৰ্ম-কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাছিয়াৰ ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰিত ড০ আছমা বেগম

      Nation NE by Nation NE
      November 19, 2024
      in Top News, অসম
      0 0
      ৰাছিয়াৰ ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰিত ড০ আছমা বেগম
      Share on FacebookShare on TwitterWhatsApp

      ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত অংশ ল’ব ড০ আছমা বেগমে। ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ ড০ আছমা বেগমক আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে।

      বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমে ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব।

      ব্ৰিকছ সংস্থাসমূহৰ ৰাছিয়ান ফেডাৰেচনৰ সভাপতিত্বৰ কাৰ্য্য পৰিকল্পনাৰ অংশ হিচাপে চলিত বৰ্ষৰ ২১ আৰু ২২ নৱেম্বৰত ব্ৰিকছ দেশসমূহৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ (শৰৎকালীন অধিবেশন) চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’ব।

      এই কাৰ্যসূচীত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয় আৰু চেণ্ট পিটাৰ্ছবাৰ্গ প্ৰশাসনে সহযোগ কৰিছে।

      উল্লেখ্য যে ৰাছিয়ান ফেডাৰেচনৰ সৈতে গঠনমূলক আলোচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ব্ৰিকছ দেশ আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে বহুবিষয়ক সহযোগিতা শক্তিশালী কৰা, ফলপ্ৰসূ ব্যৱসায়িক যোগাযোগ গঢ়ি তোলা, ভূখণ্ডৰ আৰ্থ-সামাজিক উন্নয়ন আদি বিষয়ত মঞ্চখনে মনোনিৱেশ কৰিছে।

      Tags: BRICS SummitDr Ashma Begum

      Related Posts

      বি এইচ ইউত ‘বুদ্ধি-শুদ্ধি যজ্ঞ’, অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
      Top News

      June 3, 2025
      ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
      Top News

      ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

      June 3, 2025
      উচ্চতম ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে ৱাকফ সংশোধনী আইনৰ শুনানি  গোচৰৰ শুনানি গ্ৰহণ
      Top News

      কেতিয়াৰ পৰা মুকলি হ’ব ৱাকফ উমিদ পৰ্টেল? জানক কি হয় ইয়াৰ নিয়মাবলী…

      June 3, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 3, 2025
      গ্ৰীষ্মকালত কিদৰে ল’ব চকুৰ যতন? জানক সবিশেষ…
      Top News

      গ্ৰীষ্মকালত কিদৰে ল’ব চকুৰ যতন? জানক সবিশেষ…

      June 2, 2025
      অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত ভাৰত চৰকাৰৰ এক্সন!২০০০ৰো অধিকক ওভোতাই পঠিওৱা হৈছে নিজগৃহলৈ

      শীৰ্ষ সংবাদ

      বি এইচ ইউত ‘বুদ্ধি-শুদ্ধি যজ্ঞ’, অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

      ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

      কেতিয়াৰ পৰা মুকলি হ’ব ৱাকফ উমিদ পৰ্টেল? জানক কি হয় ইয়াৰ নিয়মাবলী…

      আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      গ্ৰীষ্মকালত কিদৰে ল’ব চকুৰ যতন? জানক সবিশেষ…

      অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত ভাৰত চৰকাৰৰ এক্সন!২০০০ৰো অধিকক ওভোতাই পঠিওৱা হৈছে নিজগৃহলৈ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist