• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধূম্ৰপান এৰাৰ পিছত বৃদ্ধি হয় শৰীৰৰ ওজন! কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক বিশেষজ্ঞৰ পৰা

Nation NE by Nation NE
November 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ধূম্ৰপান এৰাৰ পিছত বৃদ্ধি হয় শৰীৰৰ ওজন!  কেনেকৈ নিয়ন্ত্ৰণ কৰিব জানক বিশেষজ্ঞৰ পৰা
Share on FacebookShare on TwitterWhatsApp

ধূম্ৰপান শৰীৰৰ পক্ষে হানিকাৰক। ধূম্ৰপান কৰা লোক এজনে যেতিয়া ধূম্ৰপান এৰি দিয়ে, কিন্তু ইয়াৰ পিছত কেইমাহমানৰ বাবে শৰীৰত বিভিন্ন পৰিৱৰ্তন দেখা যায়। উদাহৰণস্বৰূপে- চিগাৰেট খোৱা লোক এজনে ধূম্ৰপান এৰি দিলে অস্থিৰতা বৃদ্ধি পায়, খিংখিঙীয়া হয় আৰু কিছুদিন কাম কৰিবলৈ মন নাযায়। পেটৰ বিষৰ দৰে সমস্যাও হ’ব পাৰে।

চিকিৎসা বিজ্ঞানৰ ভাষাত এই সমস্যাবোৰক উইথড্ৰেৱাল চিনড্ৰম বুলি কোৱা হয়। অৰ্থাৎ চিগাৰেট এৰি দিয়াৰ পিছত কিছু সময়ৰ বাবে শৰীৰত লক্ষণ দেখা দিয়ে।উক্ত লক্ষণসমূহৰ বাহিৰেও চিগাৰেট এৰি দিয়াৰ পিছত বহু লোকৰ শৰীৰত আন এক বৃহৎ পৰিৱৰ্তনে দেখা দিয়ে।

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ প্ৰতিবেদনত দেখা গৈছে যে, ধূম্ৰপান এৰি দিয়াৰ পিছত বেছিভাগ লোকৰে শৰীৰত ওজন বৃদ্ধি পায়। ওজন বৃদ্ধিৰ পাৰ্থক্য ৩ৰ পৰা ৬ কিলোগ্ৰামৰ ভিতৰত থাকে। আমেৰিকাত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে, যেতিয়া এগৰাকী ব্যক্তিয়ে চিগাৰেট খোৱা বন্ধ কৰে, তেতিয়া তেওঁৰ ওজন প্ৰায় ৪ৰ পৰা ৬ মাহলৈ বৃদ্ধি পায়, প্ৰতিমাহে ওজন একৰ পৰা ডেৰ কিলোগ্ৰাম বৃদ্ধি পাব পাৰে, অৰ্থাৎ ওজন ৬ কিলোগ্ৰামলৈকে বৃদ্ধি পাব পাৰে। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত ই কম বেছি হ’ব পাৰে।

দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ এল এইচ ঘোটেকাৰে কয় যে, ধূম্ৰপান এৰি দিয়াৰ পিছত শৰীৰত নিকোটিনৰ প্ৰৱেশ বন্ধ হৈ যায়। নিকোটিনে ভোক কমায়, গতিকে চিগাৰেট এৰিলে ভোক বাঢ়ে। যাৰ ফলত শৰীৰত ওজন বৃদ্ধি পায়। নিকোটিন এৰিলে বিপাকীয় ক্ৰিয়াও লেহেমীয়া হয়, যাৰ ফলত ওজন বৃদ্ধি পায়।

চিগাৰেট নোখোৱাৰ বাবে কিছুমান লোকৰ মানসিক চাপো বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবেই ব্যক্তিজনে অধিক খাদ্য গ্ৰহণ কৰে আৰু ওজন বাঢ়িবলৈ আৰম্ভ কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে, ধূম্ৰপান এৰিব নালাগে। চিগাৰেট এৰিলে কোনো ক্ষতি নহয়। ধূম্ৰপান এৰি দিয়াটো সুস্বাস্থ্য বৰ্তাই ৰখাৰ এক ডাঙৰ পদক্ষেপ আৰু ইয়াৰ ওজন নিয়ন্ত্ৰণ কৰাটোও সহজ।

দিল্লীৰ মূলচান্দ হাস্পতালৰ পালমন’লজী বিভাগৰ ডাঃ ভগৱান মন্ত্ৰীয়ে কয় যে, চিগাৰেট এৰাটো শৰীৰৰ পক্ষে যথেষ্ট উপকাৰী। ইয়াৰ ফলত মানৱ শৰীৰৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ শক্তিশালী হয়। শৰীৰৰ ছাল পূৰ্বতকৈ উজ্বল দেখাবলৈ আৰম্ভ কৰে। হাঁপানী, চি অ’ পি ডি, ব্ৰংকাইটিছ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ পৰাও সুৰক্ষিত হ’ব পাৰি। ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ আশংকাও কমি যায় লগতে চুলিৰো উন্নতি হয় আৰু শাৰীৰিক ফিটনেছও ঠিকে থাকে।

তেওঁ কৈছে যে, ওজন নিয়ন্ত্ৰণৰ বাবে এই পদ্ধতিসমূহ গ্ৰহণ কৰিব পাৰে-

  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ- খাদ্য তালিকাত সতেজ ফল-মূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা উচিত।
  • দৈনিক ব্যায়ামৰ প্ৰয়োজন।
  • দিনটোত কমেও ৭ গিলাচ পানী খাব লাগে।
  • যোগাসন বা ধ্যানৰ প্ৰয়োজন।
  • নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপী গ্ৰহণ কৰা উচিত
Tags: Health BenefitHealthy lifeMedical College

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025