• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঐক্যবদ্ধতাৰ বিকল্প নাই, ফলাফলেই ইয়াৰ প্ৰমাণ : অসম সন্মিলিত মৰ্চা

Nation NE by Nation NE
November 24, 2024
in Top News, অসম, ৰাজনীতি
0 0
ঐক্যবদ্ধতাৰ বিকল্প নাই, ফলাফলেই ইয়াৰ প্ৰমাণ : অসম সন্মিলিত মৰ্চা

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

‘অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে ভৱিষ্যতলৈ বিজেপি মিত্ৰশক্তিক পৰাস্ত কৰিবলৈ হ’লে বিজেপি বিৰোধী শক্তিসমূহৰ ঐক্যবদ্ধতাৰ বিকল্প নাই’, এই মন্তব্য অসম সন্মিলিত মৰ্চা চমুকৈ অসম মিত্ৰজোঁটৰ।

মিত্ৰজোঁটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত কয়, ‘আজি ভোটগণনা হোৱা অসমৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে শুভ লক্ষণ নহয় যদিও ৰাইজৰ মতামতক সন্মান জনোৱা তথা গণতান্ত্ৰিক নিয়ম অনুসৰি আমি পাঁচোগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাইছো।’

ভূঞা আৰু গগৈয়ে বিবৃতিটোত কয় যে উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ মতৰ পূৰ্বানুমান কৰিয়েই অসম মিত্ৰজোঁটে আৰম্ভণিৰে পৰা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছিল, যিটো কংগ্ৰেছ দলে উপলব্ধি নকৰিলে।

উপ-নিৰ্বাচনৰ ফলাফলত তাৰেই প্ৰতিফলন ঘটা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসম মিত্ৰজোঁট অনাগত দিনত ঐক্যবদ্ধতাৰে বিজেপি বিৰোধী ৰাজনৈতিক যুঁজখন আগবঢ়াই লৈ যাবলৈ সংকল্পবদ্ধ৷

Tags: #AssamVirodhi Aikya Mancha

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025