• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বিৰুদ্ধে কানাডাৰ ডাঙৰ পদক্ষেপ, নিজ্জাৰ কাণ্ডৰ বাবে ৪ ভাৰতীয়ৰ বিৰুদ্ধে প্ৰত্যক্ষ বিচাৰ

Nation NE by Nation NE
November 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিজ্জাৰ কাণ্ডৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগ অস্বীকাৰ কানাডাৰ
Share on FacebookShare on TwitterWhatsApp

কানাডাই নিজ্জাৰ কাণ্ডৰ বাবে ৪ ভাৰতীয়ৰ বিৰুদ্ধে প্ৰাৰম্ভিক শুনানি অবিহনে প্ৰত্যক্ষ বিচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত গোচৰটো আৰু অধিক বিতৰ্কিত হৈ পৰিছে।

কানাডাত খালিস্তান সমৰ্থকৰ প্ৰতি প্ৰৱণতা শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ভাৰত-কানাডাৰ সম্পৰ্ক ইতিমধ্যে উত্তেজিত হৈ পৰিছে, যদিও প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে নিজৰ ৰাজনীতিক খালিস্তানী ভোট বেংকৰ সৈতে সংযোগ কৰিছে।

হৰদীপ সিং নিজ্জাৰ কাণ্ডৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নথকা সত্ত্বেও কানাডা চৰকাৰে এই গোচৰত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া প্রাথমিক শুনানি অবিহনে ৪ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে পোনপটীয়া বিচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে৷

কানাডাৰ বি চি প্ৰচিকিউচন চাৰ্ভিচৰ মতে এই সিদ্ধান্তৰ অৰ্থ হ’-ল গোচৰটো পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ যাব আৰু প্ৰাৰম্ভিক শুনানিৰ পৰ্যায় এৰি দিয়া হ’ব। এই প্ৰক্ৰিয়াই সাধাৰণতে অভিযুক্তই বিচাৰ বিভাগৰ সাক্ষীক ক্ৰছ-একজামিনেচন আৰু গোচৰৰ তদন্ত কৰাৰ সুযোগ দিয়ে, কিন্তু এই সিদ্ধান্তই প্ৰতিৰক্ষাক সুযোগৰ পৰা বঞ্চিত কৰিব, যাৰ ফলত এই বিচাৰ প্ৰক্ৰিয়াটো অধিক কঠিন হৈ পৰিব পাৰে।

কানাডাৰ ফৌজদাৰী সংহিতাৰ অধীনত অতি কম গোচৰত প্ৰত্যক্ষ অভিযোগনামা ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি, ইয়াৰ সিদ্ধান্ত এটৰ্নী জেনেৰেলৰ দায়িত্ব আৰু ই কেৱল জনস্বাৰ্থৰ বিশেষ ক্ষেত্ৰতহে লোৱা হয়। এনে গোচৰত সাক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষা বা অন্যান্য স্পৰ্শকাতৰ বিষয়ৰ সৈতে জড়িত হ’ব পাৰে।

কোন এই ৪ ভাৰতীয় অভিযুক্ত?

এই অভিযুক্তকেইজনৰ ভিতৰত আছে কৰণ ব্ৰাৰ, অমনদীপ সিং, কমলপ্ৰীত সিং আৰু কৰণপ্ৰীত সিং। ২০২৩ চনৰ ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰুদ্বাৰাত হৰদীপ সিং নিজ্জাৰৰ প্ৰাণহানি কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। কোৱা হৈছে যে, চলিত বৰ্ষৰ মে’ মাহত এই ৪ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু ন্যায়িক কাৰ্য্যবিধিৰ কোনো বিশেষ অগ্ৰগতি হোৱা নাই আৰু এতিয়ালৈকে এই গোচৰৰ শুনানি ৫বাৰ পিছুৱাই দিয়া হৈছে। এতিয়া ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

ভাৰত-কানাডাৰ সম্পৰ্কত প্ৰভাৱ

কানাডাৰ এই সিদ্ধান্তই ভাৰতৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু অধিক বিনষ্ট কৰিব পাৰে। খালিস্তানৰ প্ৰতি ট্ৰুডো চৰকাৰৰ প্ৰৱণতা আৰু প্ৰমাণৰ অভাৱ সত্ত্বেও বিষয়টোত ৰাজনীতি জড়িত কৰাই দ্বিপাক্ষিক সম্পৰ্কত তিক্ততা বাঢ়িছে। ইতিমধ্যে ভাৰতে এই বিষয় সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিশ্বাস কৰা হৈছে যে, এতিয়া কানাডা চৰকাৰৰ এই পদক্ষেপে বিবাদ আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰে।

Tags: AmericaCanadaIndia

Related Posts

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025