• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 26, 2026
25 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জে’লত বন্দী চিন্ময় কৃষ্ণক খাদ্য দিবলৈ গৈ বাংলাদেশত গ্ৰেপ্তাৰ আৰু দুজন সন্যাসী!

Nation NE by Nation NE
December 1, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জে’লত বন্দী চিন্ময় কৃষ্ণক খাদ্য দিবলৈ গৈ বাংলাদেশত গ্ৰেপ্তাৰ আৰু দুজন সন্যাসী!

জেইলত বন্দী চিন্ময় কৃষ্ণ দাসৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

সংখ্যালঘু নেতা তথা সন্যাসী চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ আছে বাংলাদেশ। কাৰাবন্দী নেতাজনৰ মুক্তিৰ দাবীত অব্যাহত থকা প্ৰতিবাদৰ মাজতে নতুনকৈ আৰু দুজন সন্যাসীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহৰলৈ আহিছে।

চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা গোচৰৰ ভিত্তিতে এই দুজন সন্যাসীক গ্ৰেপ্তাৰ কৰা বুলি চট্টগ্ৰাম আৰক্ষীয়ে জনাইছে। ঘটনা সন্দৰ্ভত ইয়াতকৈ আৰু অধিক তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা সন্ন্যাসী দুগৰাকী হৈছে ৰুদ্ৰপ্ৰতি কেশৱ দাস আৰু ৰঙানাথ শ্যামসুন্দৰ দাস। দুয়োগৰাকী সংখ্যালঘু সংগঠনৰ নেতা। সূত্ৰৰ পৰা জানিব পৰা মতে, এই দুয়োজন সংখ্যালঘু নেতাই চট্টগ্ৰাম জে’লত বন্দী চিন্ময়কৃষ্ণক সাক্ষাত কৰিবলৈ গৈছিল। জে’লত বন্দী নেতাজনক খাদ্য, ঔষধ আৰু টকা দিবলৈ যোৱা বুলি জানিব পৰা গৈছে। আৰু নিশা জেইলৰ পৰা উভতি অহাৰ পথত আৰক্ষীয়ে তেওঁলোকক জিম্মাত লয়।

প্ৰৱৰ্তক সংঘৰ অধ্যক্ষ গৌৰাংগ দাসে কয়, ‘কাৰাগাৰত চিন্ময় কৃষ্ণক খাদ্য দিবলৈ যোৱা আমাৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ ভইচ মেছেজৰ পৰা এই তথ্য লাভ কৰিছো। তেওঁলোকক কোটোৱালি থানাত আবদ্ধ কৰি ৰখা বুলি জানিবলৈ দিয়ে। পিছত তেওঁলোকক জে’ললৈ লৈ যোৱা হয়।’

উল্লেখ্য যে, ৫ আগষ্টত বাংলাদেশ চৰকাৰ পতনৰ পিছৰে পৰা দেশখনত সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ মাত্ৰা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। চিন্ময় কৃষ্ণই সংখ্যালঘুৰ অধিকাৰৰ বাবে মাত মাতিছিল। এখন সমাৱেশত দিয়া ভাষণত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰি যোৱা সোমবাৰে তেওঁক বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Tags: BangladeshHinduMinorityPriest

Related Posts

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ
Top News

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

March 26, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’
Top News

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

March 26, 2026
ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 26, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 26, 2026

শীৰ্ষ সংবাদ

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025