• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰৰ নতুন আইন, CCTVৰ জৰিয়তে পৰীক্ষণ কৰিব মহিলাৰ হিজাব

Nation NE by Nation NE
December 4, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চৰকাৰৰ নতুন আইন, CCTVৰ জৰিয়তে পৰীক্ষণ কৰিব মহিলাৰ হিজাব
Share on FacebookShare on TwitterWhatsApp

সংসদত হিজাব সম্পৰ্কীয় এক কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। এই আইনৰ অধীনত যিসকল মহিলাই সঠিকভাৱে হিজাব পৰিধান নকৰে বা হিজাবৰ বিৰোধিতা নকৰে, তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এনে নিষেধাজ্ঞাক কেইবাবাৰো সমালোচনা কৰাৰ পিছতো আইন প্ৰণেতাসকলে এই আইনখন গৃহীত কৰিছে।

হিজাব সন্দৰ্ভত কঠোৰ নিষেধাজ্ঞাৰ সমালোচনা কৰি অহা ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ কাৰ্যকালৰ প্ৰথম ৪ মাহৰ পিছতহে ইৰাণৰ সংসদে হিজাবৰ সৈতে জড়িত নতুন আইন গৃহীত কৰে। এই আইনৰ অধীনত হিজাবৰ বিৰোধিতা কৰা মহিলাসকলক কঠোৰ শাস্তি দিয়া হ’ব।

ইৰাণৰ সংসদে ‘হিজাব আৰু সতীত্ব’ বিল গৃহীত কৰে, যাৰ অধীনত ইৰাণৰ মহিলাসকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক আৰু তেনে নকৰাৰ বাবে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইৰাণত হিজাবৰ বিৰুদ্ধে মহিলাৰ বিৰোধিতা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ ন্যায়পালিকাই দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ নিৰ্দেশনা অনুসৰি ‘হিজাব আৰু সতীত্ব’ বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছিল।

১৯৭৯ চনত ইছলামিক বিপ্লৱৰ পিছৰে পৰা ইৰাণৰ মহিলাসকলে ৰাজহুৱা স্থানত মূৰ ঢাকিবলগীয়া হৈছিল, যদিও ২০২২ চনত ইৰাণী-কুৰ্দি মহিলা মাহছা আমিনিৰ আৰক্ষীৰ জিম্মাত প্ৰাণহানি হোৱাৰ পিছত হিজাব পৰিধান নকৰা মহিলাৰ সংখ্যা বৃদ্ধি পাইছে।

ইৰাণৰ ড্ৰেছ কোড মানি নচলাৰ বাবে ইৰাণৰ নৈতিকতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২২ বছৰীয়া মাহছা আমিনীক। আৰক্ষীয়ে নৃশংসভাৱে মাহছা আমিনীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ ফলত তেওঁৰ মৃত্যু হয়। মাহছা আমিনিৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ আৰম্ভ হয়। মহিলা আৰু স্কুলীয়া ছাত্ৰীয়ে হিজাব বিৰোধী আন্দোলন আৰম্ভ কৰি ৰাজনৈতিক পৰিৱৰ্তনৰ দাবী জনায়।

ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই আইনত ৰাজহুৱা স্থানত আৰু ছ’চিয়েল মিডিয়াত সঠিকভাৱে হিজাব পৰিধান নকৰা বা সম্পূৰ্ণৰূপে হিজাব পৰিত্যাগ কৰা মহিলাসকলৰ ওপৰত ২০ মাহৰ দৰমহাৰ সমান জৰিমনা বিহাৰ অনুমতি দিয়া হৈছে। এই জৰিমনা ১০ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ ব্যৰ্থ হ’লে, মহিলাগৰাকীয়ে পাছপ’ৰ্ট নবীকৰণ বা প্ৰদান, ড্ৰাইভিং লাইচেন্স আৰু এক্সাইট পাৰ্মিট প্ৰদান আদি বিভিন্ন চৰকাৰী সেৱাৰ পৰা বঞ্চিত হ’ব।

এই আইনৰ অধীনত প্ৰতিষ্ঠানসমূহে চিচিটিভি ফুটেজ প্ৰদান কৰি আৰক্ষীক সহায় কৰিব লাগিব যাতে, সেই মহিলাসকলক চিনাক্ত কৰিব পৰা যায়। যদি প্ৰতিষ্ঠানসমূহে তেনে কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁলোকৰ ওপৰত বৃহৎ জৰিমনা বিহা হ’ব বা প্ৰতিষ্ঠানটো নিজেই স্থগিত ৰখা হ’ব। ইয়াৰ উপৰিও এই আইনখনে ‘নগ্নতা’ উৎসাহিত কৰা কাপোৰ, মূৰ্তি আৰু খেলনা আদি সামগ্ৰীৰ ডিজাইন বা প্ৰচাৰকো অপৰাধমূলক বুলি গণ্য কৰে।

Tags: GovernmentHijabIran

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025