• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জে’লৰ কয়দীসকলৰ বাবে অসম চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
December 7, 2024
in Top News, অসম
0 0
জে’লৰ কয়দীসকলৰ বাবে অসম চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাত চাৰিজন নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পিছতে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত লোৱা হয় কেইবাটও ডাঙৰ সিদ্ধান্ত।

অসম চৰকাৰৰ কেবিনেটে লোৱা ডাঙৰ সিদ্ধান্তৰ ভিতৰত হৈছে মৃত কাৰাবন্দীসকলৰ নিকটাত্মীয়লৈ বিত্তীয় সমৰ্থন। কেবিনেটে অসমৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ অপ্ৰাকৃতিক মৃত্যুৰ বাবে মৃতকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ পৰিশোধৰ নীতিত অনুমোদন জনাইছে। নিম্নলিখিত অনুসৰি এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।

কয়দীসকলৰ মাজত কাজিয়া হৈ মৃত্যু হ’লে ২ লাখ টকা, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ বা প্ৰহাৰত মৃত্যু হ’লে ৩ লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা, চিকিৎসা বিষয়া/পেৰামেডিক্সৰ দ্বাৰা অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা আৰু বন্দীসকলৰ দ্বাৰা আত্মহনন কৰিলে আত্মীয়লৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।

ইফালে চৰকাৰী ব্যৱস্থাক নাগৰিকসকলৰ অধিক কাষলৈ অনা আৰু বৰাক উপত্যকাৰ ন্যায়সংগত উন্নয়নৰ প্ৰয়াসৰ বাবে কেবিনেটে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনাইছে।

আনহাতে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু স্বচ্ছ বিকল্প ইন্ধনৰ দিশত গুৰুত্ব দি কেবিনেটে ৩ বছৰৰ বাবে ৩ শস্য আধাৰিত ইথানল প্ৰস্তুতকাৰী গোটক ইথানলৰ ২ টকা/লিটাৰ হাৰত উৎপাদন সংযোজিত উদগনিক অনুমোদন জনাইছে।

Tags: Assam CabinetHimanta Biswa Sarma

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025