• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আলু বিতৰ্ক! কেনেকৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ উঠিব পাৰে মিশ্ৰিত আলু?

Nation NE by Nation NE
December 8, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আলু বিতৰ্ক! কেনেকৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ উঠিব পাৰে মিশ্ৰিত আলু?
Share on FacebookShare on TwitterWhatsApp

পুৰণি আলুক নতুন আলুলৈ ৰূপান্তৰিত কৰিব পৰা প্ৰক্ৰিয়াৰ বিষয়ে আপুনি জানেনে? এই প্ৰশ্নটো অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু একাংশ ব্যৱসায়ীয়ে এমোনিয়া ছলিউচনৰ সহায়ত পুৰণি আলু নতুনৰ দৰে বনাই দুগুণ দামত বিক্ৰী কৰে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে তদন্তৰ সময়ত এই ঘটনা ধৰা পেলাই প্ৰায় ১৮০ কুইণ্টল আলু ধ্বংস কৰে।

সহকাৰী আয়ুক্ত খাদ্য ডাঃ সুধীৰ কুমাৰ সিঙে কয় যে সাহজানৱা ৰে’লৱে ষ্টেচনৰ সমীপৰ বজাৰত এমোনিয়া ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত কৰা আলু নতুন ৰূপে বিক্ৰী কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে। একেসময়তে গোৰখপুৰ মণ্ডিতো ভেজাল আলু বিক্ৰী কৰাৰ অভিযোগ পোৱা গৈছিল। এনে পৰিস্থিতিত যেতিয়া দলটোৱে দুয়োটা স্থানতে অভিযান চলাইছিল তেতিয়া সত্যটো ওলাই আহিছিল।

সাহজানৱাত ৬০ কেজি আলু জব্দ কৰাৰ লগতে গোৰখপুৰত এক কুইণ্টল ২০ কেজি মিশ্ৰিত আলু জব্দ কৰে। বিষয়াসকলে জনোৱা মতে, ব্যৱসায়ীজনে জেৰাৰ সময়ত স্বীকাৰ কৰে যে, তেওঁ এই আলু সন্ত কবীৰ নগৰৰ পৰা কিনে। লগতে তেওঁ কয় যে, এক কুইণ্টল আলুত ১০ কেজি নতুন আলু আৰু ৯০ কেজি পুৰণি আলুৰ অনুপাত আছে। পুৰণি আলু ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত কৰা হয়।

বিশেষজ্ঞসকলে কয় যে, বজাৰত এমোনিয়া প্ৰতি কেজিত ৫০ টকাৰ হাৰত পোৱা যায়। ইয়াৰ দ্ৰৱ প্ৰস্তুত কৰি তাত পুৰণি আলু ১৪ ঘন্টা ডুবাই ৰখা হয়। ইয়াৰ পিছত ইয়াক উলিয়াই মাটিত ঘঁহি দিয়া হয়। ৰাসায়নিক পদাৰ্থৰ বাবে ইয়াৰ খোলাটো অতি কোমল হৈ পৰে, অলপ ঘঁহিলেহে ইয়াৰ খোলাটো ওলাই যায়।

এই সন্দৰ্ভত ডাঃ সোহন গুপ্তাই কৈছে যে, আমাৰ শৰীৰতো এমোনিয়া উৎপন্ন হয়। আমাৰ শৰীৰত প্ৰতি ডেচিলিটাৰত ১৫ৰ পৰা ৪৫ মাইক্ৰ’গ্ৰামৰ পৰিমাণত এমোনিয়া থাকে। গতিকে আমি যেতিয়া ৰাসায়নিক পদাৰ্থযুক্ত খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া ইয়াৰ মাত্ৰা বৃদ্ধি পায়, যি অতি বিপদজনক।

এনে আলু সেৱনে মানসিক ভাৰসাম্য বিনষ্ট কৰিব পাৰে। যকৃতৰো ক্ষতিসাধন কৰিব পাৰে। অৱসাদৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত পেট ফুলা, ভোক নলগা আৰু কোষ্ঠকাঠিন্যও হ’ব পাৰে। যদি শৰীৰত এমোনিয়াৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে ই মাৰাত্মক বুলিও প্ৰমাণিত হ’ব পাৰে।

Tags: ChemicalMARKETPOTATO

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025