• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শীতকালত আপুনি কিদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন?

Nation NE by Nation NE
December 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শীতকালত আপুনি কিদৰে ল’ব নিজৰ স্বাস্থ্যৰ যতন?
Share on FacebookShare on TwitterWhatsApp

শীতৰ আগমন অৰ্থাৎ ঋতু পৰিবৰ্তনৰ লগে লগে জ্বৰ-চৰ্দিকে ধৰি বিভিন্ন বেমাৰ-আজাৰ হোৱা দেখা যায়। শীতৰ সময়চোৱাত শৰীৰৰ যতন লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ আমাৰ শৰীৰত ঠাণ্ডাই বহু বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব পাৰে।শীতৰ এই সময়চোৱাত আমাৰ ভাইটেল অৰ্গেনসমূহ যেনে- ব্ৰেইন, হাৰ্ট, লিভাৰ, কিডনী আদিত তেজৰ চলাচল বেছি হ’বলৈ প্ৰচেষ্টা বেছি হয়।

ইফালে শীতৰ শুকান বতাহৰ প্ৰভাৱত মুৰৰ চুলিৰ গুৰিবোৰ শুকাই যায় আৰু মুৰত উফি হয়।লগতে চুলি সৰিবলৈ ধৰে। আকৌ শীতত গৰম পানীৰে মুৰ ধোৱাৰ বাবে মুৰৰ ছাল শুকাই যায় আৰু চুলি সৰিবলৈ ধৰে।শীতকালি কেতিয়াবা হাত-ভৰিৰ ছাল আৰু মাংসপেশী টানি ধৰে। হাত-ভৰিত সিৰামুৰি হয়।কাম-কাজ কৰাত অসুবিধা হয়। সেয়েহে অধিক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ শীতকালত হাতমোজা আৰু ভৰিত গৰম মোজা পিন্ধা উচিত।

শীত কালত আমি যথেষ্ঠ পৰিমানে পানী গ্ৰহণ কৰিব লাগে। কাৰণ পানীয়ে আমাৰ শৰীৰ হাইড্ৰেড কৰি ৰাখে। ইয়াৰোপৰি সেউজীয়া শাক-পাচলি, ফল-মূল আদি খোৱাটো দৰকাৰ।

শীতকালি বহু লোকে পেটৰ অসুখত ভোগা দেখা যায়। হজম শক্তি কমি যায়। ভোক নলগা হয়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী গ্ৰহণ কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।

শীতকালত সকলোৱে নিজকে সৌন্দৰ্য্যবান কৰি ৰাখিব বিছাৰে। বৰ্তমান সময়ত পুৰুষ-মহিলা সকলোৱে নিজৰ সৌন্দৰ্য্যক লৈ যথেষ্ঠ সচেতন হৈ থাকে। গ্ৰীষ্মকালত যিদৰে আমি ছাল-চুলিৰ যত্ন লও,ঠিক তেনেদৰে শীত কালতো আমি আমাৰ ছাল-চুলিৰ যত্ন ল’ব লাগে।

শীতকালত আমাৰ ছালখন কোমল কৰি ৰাখিবৰ বাবে নাৰিকল তেলৰ ব্যৱহাৰ কৰা উচিত। নাৰিকল তেলে আমাৰ ছালখন কোমল কৰাৰ লগতে উজ্জ্বল কৰি ৰাখিব পাৰে।

শীতকালত মৌ আৰু কণী হৈছে কিছুমান সৰ্বশ্ৰেষ্ঠ উপাদান, যি মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। এইবোৰে ছালক সঠিক আৰ্দ্ৰতা প্ৰদান কৰে আৰু ইয়াৰ অন্তিম ফলাফল হৈছে কোমল আৰু উজ্জ্বল ছাল।

শীতকালত আমাৰ ছালক অসাধাৰণভাৱে ধুনীয়া আৰু উজ্জ্বল কৰি তুলিবলৈ দৈ হৈছে উৎকৃষ্ট উপাদান। যদি আপোনাৰ ছাল অত্যাধিক শুকান হয়, তেন্তে আপুনি কলৰ ফেচ পেক প্ৰয়োগ কৰিব পাৰে।

ডায়েবেটিছ ৰোগীসকলে শীতৰ সময়চোৱাত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। এজমা ৰোগী সকলে ধোঁৱা, ধূলি আৰু বেছি জন সমাগত হোৱা ঠাইৰ পৰা পাৰিলে আঁতৰি থাকিব লাগে। তেওঁলোকে এনে স্থানত গ’লেও মাস্ক ব্যৱহাৰ কৰিব লাগে।

শীতৰ সময়চোৱাত ছালৰো বিভিন্ন সমস্যা হোৱা পৰিলক্ষিত হয়। সেয়ে এই সময়চোৱাত ছাল হাইড্ৰেট কৰি ৰখাটো অতি প্ৰয়োজনীয়। সময়ে সময়ে পানী খাই থাকিব লাগে। চুলিৰ ক্ষেত্ৰতো গৰম তেলেৰে মালিচ কৰিব লাগে। নিজকে সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। সেউজীয়া শাক-পাচলি, ফল-মূল, প্ৰ’টিন যুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব।

এনেদৰে সকলোৱে শীতকালিৰ উম উপভোগ কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব লাগে।প্ৰচুৰ কুহুমীয়া পানী পান কৰি,খোজ কঢ়া,খেলা-ধুলা কৰি শৰীৰৰ সতেজ ৰাখি,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ সৈতে ৰং মনেৰে কটাই শীতকালি পাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

Tags: Health NewsMedicalWinter

Related Posts

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…
Top News

February 13, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025