• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশত এতিয়াও অটুট `ব্ৰেণ্ড মোদী’ৰ প্ৰভাৱ

Nation NE by Nation NE
December 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…
Share on FacebookShare on TwitterWhatsApp

জনপ্ৰিয়তা হ্ৰাস হোৱা নাই প্ৰধানমন্ত্ৰী মোদীৰ। বৰ্তমানেও দেশত অটুট আছে ব্ৰেণ্ড মোদীৰ জনপ্ৰিয়তা। শেহতীয়া এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে বহুচৰ্চিত যুৱ নেতৃত্বৰ প্ৰভাৱ আৰু প্ৰচাৰেও যেন ম্লান কৰিব পৰা নাই মোদীৰ জনপ্ৰিয়তা।

২০১৪ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। কিন্ত সময়তেই দেশজুৰি মোদী তীব্ৰ লহৰ চলিছিল।২০১৩ চনৰ ছেপ্তেম্বৰ মাহত প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ নাম প্ৰক্ষেপ কৰিছিল বিজেপিয়ে।

২০১৪ আৰু ২০১৯ ত বিশালসংখ্যক আসনেৰে দেশ শাসনৰ দ্বায়িত্ব লৈছিল নৰেন্দ্ৰ মোদীৰ দল বিজেপিৰ নেতৃত্বত গঢ়ি উঠা এন ডি য়ে। ২০২৪ ত সেই লহৰত সামান্য যতি পৰে, যদিও শাসনলৈ অহাৰ বাট ৰুদ্ধ হোৱা নাই এতিয়াও।

মোদীৰ কান্ধত ভৰ থৈয়েই পুনৰ এবাৰ শাসনলৈ আহে বিজেপি নেতৃত্বাধীন এন ডি য়ে। ক্ৰমাগত ১০ বছৰ দেশৰ প্ৰধানমন্ত্ৰী পদত থকাৰ পিছত বিশ্বজুৰি তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। তেওঁৰ বাগ্মিতাত মুগ্ধ দেশ-বিদেশৰ লাখ লাখ অনুৰাগী। সেই মোদীৰ জনপ্ৰিয়তাক লৈ শেহতীয়া এক সমীক্ষাই দিছে কিছু গুৰুত্বপূৰ্ণ তথ্য।

বিশেষকৈ হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত মোদীৰ জনপ্ৰিয়তা যে অটুট আছে সেয়া স্পষ্ট হৈ পৰিছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত বিৰোধী কাৰ্যতঃ ধুলিস্যাত হৈছে। ২৮৮ জনীয়া বিধানসভাত মহাযুটীয়ে পাইছিল ২৩৫ আসন। বিজেপিয়ে অকলেই পাইছিল ১৩২ খন আসন।

এক সমীক্ষাত এই দাবী কৰা হৈছে যে, প্ৰধানমন্ত্ৰীৰ সন্মুখত নিষ্প্ৰভ হৈ ৰৈছে সমস্ত বিৰোধী। চৰকাৰ আহিলে দেশৰ সংবিধান সলনি কৰিব বুলি বিজেপিৰ বিৰুদ্ধে চলোৱা কংগ্ৰেছৰ প্ৰচাৰে সমূলি প্ৰভাৱ পেলাব নোৱাৰিলে।

২৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰ পৰ্যন্ত চলোৱা হৈছিল এই সমীক্ষা। এই সমীক্ষাৰ সময়ত মহাৰাষ্ট্ৰত ৭৬,৮৩০ জনৰ মতামত লোৱা হৈছিল। একেদৰে হাৰিয়ানাত লোৱা হৈছিল ৫৩,৬৪৭ জনৰ মতামত।লোকসভা নিৰ্বাচনত বিজেপিৰ আসন কমিলেও মোদীৰ ওপৰত যে আস্থা অটুট আছে সেয়া প্ৰতিপন্ন হৈছিল মহাৰাষ্ট্ৰৰ ৫৫ শতাংশ ভোটাৰৰ মতামতত। একেদৰে হাৰিয়ানাৰ ৫৩ শতাংশ ভোটাৰে মোদীৰ ওপৰত আস্থা পোষণ কৰিছে বুলি কোৱা হৈছে এই সমীক্ষাত।

Tags: IndiaModiPrime Minister

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025