• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি পৱিত্ৰ বৰদিন, ৰাজ্যৰ প্ৰতিটো গীৰ্জাঘৰ মুখৰিত হৈ উঠিছে কেৰ’ল ধ্বনিৰে

Nation NE by Nation NE
December 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক
Share on FacebookShare on TwitterWhatsApp

আজি ২৫ ডিচেম্বৰ। আজিৰ এই পৱিত্ৰ দিনটোতে বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰে বৰদিন উৎসৱ। এই উৎসৱ উপলক্ষে প্ৰতিটো গীৰ্জাঘৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ৰাতি ১২ বজাৰ পৰাই ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা যায় কেৰ’লৰ ধ্বনি।

খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বিশ্বাস অনুসৰি, আজিৰ এই দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । জন্মদিন উপলক্ষে যীশুখ্ৰীষ্টক সেৱা জনাই আজিৰ দিনটোত পালন কৰা হয় বৰদিন।বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। যীশু খ্ৰীষ্টক প্ৰাৰ্থনা, কেৰ’ল গোৱা ইত্যাদি বিভিন্ন পৰম্পৰাগত ৰীতি–নীতিৰে খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন পালন কৰিছে

খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী তৰাৰে গীৰ্জাঘৰৰ লগতে বাসগৃহসমূহ সজাই তুলিছে খ্ৰীষ্টানধৰ্মী লোকসকলে। মংগলবাৰে খ্ৰীষ্টমাছ ইভৰ নিশা ১২ বজাৰ লগে লগে গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি। গীৰ্জাঘৰত নিশা উপস্থিত হৈ খ্ৰীষ্টানধৰ্মী লোকে বিভিন্ন ৰীতি–নীতি পালনৰ লগতে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা জনায়।

অসমত তথা উত্তৰ-পূব ভাৰতৰ আন ৰাজ্যৰো প্ৰতিটো প্ৰান্ততে থকা গীৰ্জাঘৰবোৰ জিলিকাই তোলা হৈছে। ৰঙীন লাইটেৰে সজাই তোলা হৈছে চহৰসমূহ। চৌদিশে উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে।

খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰিছিল আৰু এই বিশ্বাস অনুসৰি খ্ৰীষ্টানসকলে আজিৰ দিনটো যীশুৰ জন্মদিন হিচাপে পালন কৰে। জেৰুজালেমৰ বেথেলহেমত এটা গোহালিত মাতৃ মেৰীয়ে জন্ম দিছিল যীশুক। লগতে বিশ্বাস কৰা হয় যে, দুষ্টক দমন কৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ঈশ্বৰে যীশুক এই পৃথিৱীলৈ পঠিয়াইছিল।

Tags: ChristmasentertainmentFestival

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025