• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪ খন বিশেষ ছবিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক স্মৰণ দেশবাসীৰ

Nation NE by Nation NE
December 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৪ খন বিশেষ ছবিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক স্মৰণ দেশবাসীৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ অন্যতম সন্মানীয় নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। বৃহস্পতিবাৰে নিজ ঘৰতে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁক দিল্লী এইমছলৈ লৈ যোৱা হয় আৰু পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পিছত দেশবাসী শোকত ভাগি পৰিছে আৰু ছ’চিয়েল মিডিয়াত ৰাজনীতিকৰ লগতে বিভিন্নজনে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। কিছু সংখ্যক লোকে নেতাগৰাকীৰ পুৰণি ফটো শ্বেয়াৰ কৰি স্মৰণ কৰা পৰিলক্ষিত হৈছে।

এখন ছবি পোষ্ট কৰি সামাজিক মাধ্যম এক্সত এজনে লিখিছে, ‘১৯৭৮ :: ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাত কৰাৰ মুহূৰ্তত ড০ মনমোহন সিং।’ ফটোখনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামো আছে।

এজনে হিন্দী ভাষাত লিখিছে, ‘সৰলতাৰ প্ৰতিমূৰ্তি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক সন্মান জনোৱাৰ বাবে বিনম্ৰ শ্ৰদ্ধাঞ্জলি। দেশে হেৰুৱালে এজন মহান আৰু দূৰদৰ্শী নেতা।’

পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ছবিখনত ড০ সিঙে জোতাৰ ফিটা বান্ধি থকা দেখা গৈছে। এই ফটোখন সেই সময়ৰ যেতিয়া তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তেওঁৰ স্মৃতিসৌধ বীৰ ভূমিত শ্ৰদ্ধাঞ্জলি জনায়।

ইফালে আন এজনে ২০০৫ চনত মনমোহন সিঙে ভাৰতীয় সৈনিকক সাক্ষাত কৰিবলৈ ছিয়াচিন বেছ কেম্পলৈ যোৱা কেইবাখনো ফটো প’ষ্ট কৰি লিখিছে, এনেকুৱাও এজন প্ৰধানমন্ত্ৰী।

আন এজন এক্স ব্যৱহাৰকাৰীয়ে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু অত্যন্ত দুখজনক। ৯২ বছৰ জীয়াই থকাৰ পিছত তেওঁ এই পৃথিৱীখন এৰি থৈ গ’ল। তেওঁৰ কাৰ্যকালত তেওঁ এই দেশক এক নতুন প্ৰগতিৰ পথ দেখুৱাইছিল!’

পুৰণি ফটোখনত এই দেশৰ দুজন মহান নেতা – ড° মনমোহন সিং আৰু এ পি জে আব্দুল কালামক বন্দী কৰা হৈছে। ছবিখনত দুয়ো কিবা কথাত নিমগ্ন হৈ থকা পৰিলক্ষিত হয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৫১ মিনিটত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। বিশ্বৰ অন্যতম মহান অৰ্থনীতিবিদৰূপে পৰিচিত এই ৰাজনীতিবিদগৰাকীৰ মৃত্যুৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বিভিন্নজনে শোকপ্ৰকাশ কৰিছে।

Tags: Iconic PictureManmohan Singh

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025