• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতীয়-মূলৰ সুচিৰ বালাজী ঘটনা সন্দৰ্ভত এলন মাস্কৰ প্ৰশ্ন

      Nation NE by Nation NE
      December 30, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰতীয়-মূলৰ সুচিৰ বালাজী ঘটনা সন্দৰ্ভত এলন মাস্কৰ প্ৰশ্ন
      Share on FacebookShare on TwitterWhatsApp

      কোটিপতি উদ্যোগী এলন মাস্কে ChatGPTৰ নিৰ্মাণ কোম্পানী OpenAIৰ পূৰ্বৰ কৰ্মচাৰী সুচিৰ বালাজীৰ মাতৃয়ে কৰা অনুৰোধৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া কোনো আত্মহত্যাৰ লক্ষণ নহয়। ইয়াৰ পিছত তেওঁ সুচিৰৰ মৃত্যুৰ বাবে FBIৰ উচিত তদন্তৰ আহ্বান জনাইছে।

      ২৬ নৱেম্বৰত ছান ফ্ৰান্সিস্কোৰ এপাৰ্টমেণ্টত ২৬ বছৰীয়া গৱেষক সুচিৰ বালাজীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।প্ৰথমে কৰ্তৃপক্ষই তেওঁৰ মৃত্যুক আত্মহত্যা বুলি ৰায় দিছিল।

      সুচিৰৰ মাতৃ পূৰ্ণিমা ৰামা ৰাৱে কয় যে, যদিও কৰ্তৃপক্ষই মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ঘোষণা কৰিছে। তথাপি তেওঁলোক নিশ্চিত যে এয়া এক পৰিকল্পিত নিৰ্মম হত্যাকাণ্ড। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰে যে, তেওঁলোকে এগৰাকী ব্যক্তিগত তদন্তকাৰীৰ সহায় লৈছিল। মৃত্যুৰ কাৰণ জানিবলৈ দ্বিতীয়বাৰৰ বাবে সুচিৰৰ মৃতদেহ পৰীক্ষা কৰা হয় (Second Autopsy)। ব্যক্তিগত তদন্তকাৰীয়ে কয় যে, তেওঁৰ মৃত্যুৰ কাৰণ আৰক্ষীয়ে কোৱাৰ দৰে নহয়।

      প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই সুচিৰৰ মাকে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁ নিজৰ পোষ্টত আৰু লিখিছে, সুচিৰৰ এপাৰ্টমেণ্টটো লুটপাত কৰাৰ লগতে বাথৰুমত সংগ্ৰামৰ চিন দেখা গৈছিল। তেজৰ দাগবোৰৰ ওপৰত ভিত্তি কৰি বাথৰুমত কোনোবাই হত্যা কৰা যেন লাগে। তেওঁলোকে এই ঘটনাৰ ন্যায় বিচাৰে আৰু তেওঁলোকক ন্যায় পোৱাত কোনেও বাধা দিব নোৱাৰে।

      পূৰ্ণিমা ৰামা ৰাওৱে নিজৰ পোষ্টটোত এলন মাস্ক আৰু বিবেক ৰামাস্বামীকো টেগ কৰিছে। এলন মাস্কেও এই পোষ্টটোৰ ওপৰত মন্তব্য কৰিছে। তেওঁ লিখা পোষ্টটো শ্বেয়াৰ কৰি কয় যে, সুচিৰ বালাজীয়ে ChatGPT বনোৱা কোম্পানী OpenAI ত কাম কৰি আহিছে। তেওঁ আছিল ভাৰতীয়-আমেৰিকান মূলৰ অভিযন্তা। প্ৰায় ৪ বছৰ কটোৱাৰ পিছত ২০২৩ চনৰ অক্টোবৰ মাহত OpenAI  কোম্পানীটো এৰি থৈ যায়। OpenAI ত সুচিৰে কোম্পানীটোৰ বিশেষ প্ৰডাক্ট ChatGPT ৰ বাবে তথ্য সংগ্ৰহ কৰাত অৰিহণা যোগাইছিল। তেওঁ লোয়াৰ হাইট জিলাৰ বুকানান ষ্ট্ৰীট এপাৰ্টমেণ্টত বাস কৰিছিল।

      ২৬ নৱেম্বৰত উদ্ধাৰ হৈছিল এই অভিযন্তাজনৰ মৃতদেহ। কিন্তু এই তথ্য বহুদিনৰ মূৰত সংবাদ মাধ্যমলৈ আহিছিল। আৰক্ষীয়ে কয় যে, প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ ফাউল প্লে’ৰ প্ৰমাণ পোৱা নাই। এয়া আত্মহত্যাৰ গোচৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, সুচিৰ বালাজীয়ে OpenAI কোম্পানীক কপিৰাইটৰ সৈতে জড়িত নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

      Tags: ChatGPTElon MuskOpenAI

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist